ETV Bharat / state

জোনাইত বিদ্যুৎ যোগানৰ নামত মৰণফান্দ - মৰণফান্দ

বিদ্যুতৰ খুঁটাত চাচ্পেশ্যনৰ ঠাইত প্লাষ্টিকৰ তেপ আৰু প্লাষ্টিকৰ ৰচিৰে বিদ্যুৎ প্ৰৱাহিত তাঁৰ বান্ধি জনসাধাৰণক বিদ্যুতৰ যোগান ধৰিছে জোনাই বিদ্যুত সংমণ্ডলে ৷

জোনাইত বিদ্যুৎ যোগানৰ নামত মৰণফান্দ
author img

By

Published : Jun 11, 2019, 7:04 PM IST

জোনাই, 11 জুনঃ জোনাইত বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীন কৰ্ম ৷ বিভাগটোৱে বিদ্যুতিকৰণৰ নামত পাতিছে মৰণফান্দ l যিকোনো সময়তে বিদ্যুৎ বিভাগটোৱে পাতি ৰখা মৰণৰ ফান্দসমূহত পৰিব পাৰে জীৱকূল l জোনাই বিদ্যুৎ বিভাগৰ চৰম হেমাহি তথা অকৰ্মণ্যতাৰ বাবেই এতিয়া পুৰণা জেলম আনচিং গাঁৱৰ কেইবাটাও বিদ্যুতৰ খুঁটাত বৰষুণ দিলেই বিদ্যুৎপৃষ্ট হোৱাৰ বহু ঘটনা পোহৰলৈ আহিছে l য'ত জীৱ-জন্তুৰ জীৱনক লৈ পাতিছে অন্য এক মৰণফান্দ l বিদ্যুতৰ খুঁটাত চাচ্পেশ্যনৰ ঠাইত প্লাষ্টিকৰ তেপ আৰু প্লাষ্টিকৰ ৰচিৰে বিদ্যুৎ প্ৰৱাহিত তাঁৰ বান্ধি জনসাধাৰণক বিদ্যুতৰ যোগান ধৰিছে l জোনাইৰ অসম-অৰুণাচল সীমান্তস্থিত পবা বনাঞ্চলৰ মাজেৰে বৈদ্যুতিক খুঁটা দিয়াৰ পৰিৱৰ্তে গছত চাচ্পেশ্যন লগাই জোনাই বিদ্যুৎ বিভাগে অতি বিপদজনক ভাৱে নিছে 11 কে ভি বৈদ্যুতিক প্ৰৱাহিত তাঁৰ l যাৰ ফলত যিকোনো সময়তে জীৱকূলৰ সৈতে ঘটিব পাৰে ভয়ংকৰ অঘটন ৷

Intro:Body:
জোনাইত বিদ্যুৎ যোগানৰ নামত পাতিছে জীৱকুল ফান্দ ৷

জোনাই, ১১জুনঃজোনাইত বিদ্যুৎ বিভাগৰ কাণ্ড জ্ঞানহীন কৰ্মই ব আপোনাৰ চকু কপালত উঠিব ৷ বিভাগটোৱে বিদ্যুতকৰণৰ নামত পাতিছে মৰণ ফান্দ l যিকোনো সময়তে বিদ্যুৎ বিভাগটোৱে পাতি ৰখা মৰণৰ ফান্দসমুহত পৰিব পাৰো জীৱকুলৰ লগতে আপুনি-মই l জোনাই বিদ্যুৎ বিভাগৰ চৰম হেমাহি তথা অকমান্যতাৰ বাবেই জোনাইৰ পৰা পুৰণা জেলম আনচিং গাঁৱৰ কেইবাখনো বিদ্যুৎৰ খুটাত বৰষুণ দিলেই বিদ্যুৎপৃষ্ট হোৱাৰ বহুতো উদাহৰণ আছে l ইমানতো বিভাগটোৱে সকৰ্ত নোহোৱা বৰ্তমান
জোনাই বিদ্যুৎ বিভাগে বিদ্যুৎৰ খুটাত চাচ্ পেশ্যন নলগোৱাকৈ চেলু মাৰি বিদ্যুৎ যোগানৰ নামত ল'ৰা ধেমালিৰ খেল খেলাহে পৰিলক্ষিত হৈছে ৷ য'ত জীৱ জন্তুৰ জীৱনক লৈ পাতিছে অন্যএক মৰণফান্দ l
বিদ্যুৎ খুটাত চাচ্ পেশ্যনৰ ঠাইত প্লাষ্টিকৰ তেপ আৰু প্লাষ্টিকৰ ৰচিৰে বিদ্যুৎ প্ৰৱাহিত তাঁৰক বান্ধি জন সাধাৰণক বিদ্যুৎৰ যোগান ধৰিছে l
জোনাইৰ অসম-অৰুণাচল সীমান্তস্থিত পবা বনাঞ্চলৰ মাজেৰে বৈদ্যুতিক খুটা দিয়াৰ পৰিৱৰ্তে গছত চাচ্ পেশ্যন লগাই জোনাই বিদ্যুৎ বিভাগে অতি বিপদজনক ভাৱে নিয়া হৈছে ১১ কে ভি বৈদ্যুতিক প্ৰৱাহিত তাঁৰ l যাৰ ফলত যিকোনো সময়তে জীৱকুলৰ সতে ঘটিব পাৰে ভয়ঙ্কৰ অঘটন ৷৷

কৰবী দলে জোনাই
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.