জোনাই ২৯ আগষ্টঃ ধেমাজি জিলাৰ চিলাপথাৰ অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান বিষয়া, উপ পৰিদৰ্শক যুগল পায়েং(৫৯) ৰ COVID 19 ত আক্ৰান্ত হৈ মৃত্যু হয় ৷ আস্থান বিষয়া পায়েঙৰ ঘৰ ধেমাজিৰ ৰতনপুৰত ৷ শুকুৰবাৰে বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে ৷
কৰ'ণাত আক্ৰান্ত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াৰ মৃত্যু - ASSAM STATE FIRE SERVICE
বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে ৷
![কৰ'ণাত আক্ৰান্ত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াৰ মৃত্যু JONAI COVID DEATH](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8609234-961-8609234-1598717161986.jpg?imwidth=3840)
অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াৰ মৃত্যু