জোনাই, 18 জুলাই:ধেমাজি জিলাত বান বিভীষিকাৰ মাজতে জাপানিজ এনকেফেলাইটিছ ৰোগে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । তেনে সময়তে জোনাইৰ উদয়পুৰত এগৰাকী ৬৫ বছৰীয়া মহিলা জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি চিনাক্ত কৰা হৈছে ।
জোনাইত বানৰ মাজতে জাপানিজ এনকেফেলাইটিছৰ ত্ৰাস - ধেমাজি
জোনাইৰ উদয়পুৰত এগৰাকী ৬৫ বছৰীয়া মহিলা জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি চিনাক্ত কৰা হৈছে ।
জাপানিজ এনকেফেলাইটিছৰ ত্ৰাস
জোনাই, 18 জুলাই:ধেমাজি জিলাত বান বিভীষিকাৰ মাজতে জাপানিজ এনকেফেলাইটিছ ৰোগে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । তেনে সময়তে জোনাইৰ উদয়পুৰত এগৰাকী ৬৫ বছৰীয়া মহিলা জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি চিনাক্ত কৰা হৈছে ।
Intro:nullBody:জোনাইত জাপানিজ এনকেফেলাইটিছৰ ৰোগত আক্ৰান্ত ৬৫ বছৰীয়া এগৰাকী চিনাক্ত
জোনাই ১৮ জুলাই
ধেমাজি জিলাৰ জোনাইত বান বিভীষিকাৰ মাজতে আতংকৰ সৃষ্টি কৰিছে জাপানিজ এনকেফেলাইটিছৰ ৰোগে| জোনাইৰ উদয়পুৰ জাপানিজ এনকেফেলাইটিছৰ ৰোগত আক্ৰান্ত হোৱা ৬৫ বছৰীয়া এগৰাকী মহিলাক চিনাক্ত কৰা হৈছে | কাফিয়া খাতুন নামৰ মহিলাগৰাকীৰ যোৱা ১৬ জুলাইত জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাত চিকিৎসাকে জাপানিজ এনকেফেলাইটিছৰ ৰোগৰ লক্ষণ দেখি তেজ পৰীক্ষা কৰে আৰু নিশ্চিত কৰে চিকিৎসাকে ইফালে লগে লগে জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ পৰা কাফিয়া খাতুনক উন্নত চিকিৎসাৰ বাবে বুধবাৰে প্ৰেৰন কৰে ডিব্ৰুগড়লৈ|
কৰবী দলে জোনাই Conclusion:null