ETV Bharat / state

চিকিৎসক নাই !! ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ - SARBANANDA SONWAL

ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসক বিচাৰি ৰোগীৰ হাহাকাৰ। অসাৰ পাঞ্চ ইন মেচিন।

চিকিৎসাক নাই !! ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ
author img

By

Published : May 11, 2019, 7:44 PM IST

ধেমাজি,11মে': ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে ধেমাজিত । 200 খন বিছনাৰ বাবে উন্নীত কৰা ধেমাজি অসামৰিক চিকিৎসালয়ত সম্প্ৰতি 160 খন বিছনা আছে । সময় মতে চিকিৎসালয়লৈ নাহে চিকিৎসক । জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ অহা ৰোগীয়ে চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থা হয় । ইপিনে নিশাৰ ভাগত অথবা দেওবাৰে অহা ৰোগীয়ে প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসকক বিচাৰি পোৱাটো কঠিন হৈ পৰে ।

চিকিৎসাক নাই !! ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

উল্লেখ্যযে চিকিৎসালয়ৰ নিয়ম মতে পুৱা 8.30ত চিকিৎসালয়ত উপস্থিত হবহি লাগে বিভাগীয় একোজন চিকিৎসক । আশ্চৰ্য জনক কথা যে সময়ৰ জ্ঞান নুবুজা এইসকল চৰকাৰী সা সুবিধা মোটা দা-দৰ্মহা লৈ থকা চিকিৎসকে কৰ্ত্তব্যলৈ পিঠি দি নিজৰ ইচ্ছা মতে আহে আৰু যায় । আনফালে সংশ্লিষ্ট বিভাগে চিকিৎসকৰ উপস্থিতি নিৰীক্ষণৰ বাবে চিকিৎসালয়ত "পাঞ্চ ইন" মেচিন স্থাপন কৰিছে যদিও কাৰ্যত সেয়া অসাৰ ৰূপেহে প্ৰতিপন্ন হৈছে ।

লগতে পঢ়ক: নলবাৰীত সম্পন্ন "উদ্ভাৱনা ২০১৯" শীৰ্ষক বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী

জিলাখনৰ প্ৰায় সাত লক্ষাধিক লোকৰ একমাত্ৰ ভৰষা ধেমাজি অসামৰিক চিকিৎসালয়ত নাই পযাপ্ত চিকিৎসক ৷ বৰ্তমান আছে 26 জন চিকিৎসক। চাৰ্জাৰীৰ বাবে চিলাপথাৰৰ পৰা আহিব লাগে চিকিৎসক ৷ শিশুৰ চিকিৎসাৰ বাবে এজন গোগামুখৰ আৰু আন এজন ডেকাপামৰ চিকিৎসা কেন্দ্ৰত কৰ্মৰত চিকিৎসকে দায়িত্ব পালন কৰি আহিছে চিকিৎসালয়খনত। সেইদৰে 3/4 বছৰ ধৰি মেডিচিন বিভাগৰ কোনো চিকিৎসক নাই চিকিৎসালয়খনত । এই কথা খোদ স্বীকাৰ কৰিলে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে ৷

Intro: ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসক বিচাৰি ৰোগীৰ হাহাকাৰ । অসাৰ প্যানচচিন মেচিন ।

Body: ধেমাজি , 11 , মে : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে ধেমাজিত । 200 খন বিছনা ৰ বাবে উন্নীত কৰা ধেমাজি অসামৰিক চিকিৎসালয়ত সম্প্ৰতি 160 খন বিছনা আছে । সময় মতে চিকিৎসালয়লৈ নাহে চিকিৎসক । জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ অহা ৰোগীয়ে চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থা হয় ।
ইপিনে নিশাৰ ভাগত অথবা দেওবাৰে অহা ৰোগীয়ে প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসকক বিচাৰি পোৱাটো দুৰূহ হৈ পৰে ।

byte.....patient guardian

উল্লেখ্য যে চিকিৎসালয়ৰ নিয়ম মতে পুৱা 8.30 .ত চিকিৎসালয়ত উপস্থিত হবহি লাগে বিভাগীয় একোজন চিকিৎসক । কিন্তু আশ্চৰ্য জনক কথা যে সময়ৰ জ্ঞান নুবুজা এইসকল চৰকাৰী সা সুবিধা মোটা দা - দৰ্মহা লৈ থকা চিকিৎসক সকলে কত্তব্যলৈ পিঠি দি নিজৰ ইচ্ছা মতে আহে আৰু যায় । আনফালে সংশ্লিষ্ট বিভাগে চিকিৎসকৰ উপস্থিতি নিৰীক্ষণৰ বাবে চিকিৎসালয়ত "প্যানচচিন "মেচিন স্থাপন কৰিছে যদিও কাৰ্যত সেয়া অসাৰ ৰূপেহে প্ৰতিপন্ন হৈছে ।

জিলাখনৰ প্ৰায় সাত লক্ষাধিক লোকৰ একমাত্ৰ ভৰষা ধেমাজি অসামৰিক চিকিৎসাল ত নাই পযাপ্ত চিকিৎসকো । বৰ্তমান আছ 26 চিকিৎসক ।চাৰ্জাৰী বাবে চিলাপথাৰ পৰা আৰু শিশুৰ চিকিৎসাৰ বাবে এজন গোগামুখৰ আৰু আন এজন ডেকাপামৰ চিকিৎসা কেন্দ্ৰত কৰ্মৰত চিকিৎসকে দায়িত্ব পালন কৰি আহিছে চিকিৎসালয়খনত । সেইদৰে 3/4 বছৰ ধৰি মেডিচিন বিভাগৰ কোনো চিকিৎসক নাই চিকিৎসালয়খনত । এই কথা খুদ স্বীকাৰ কৰিলে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে ই

byte..... superintendent. , Dhemaji civil , hospital

Pradunya Bharali , Dhemaji , Assam .11/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.