ETV Bharat / state

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস - Day

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস ৷ সস্তম হৈছে  আৰক্ষী প্ৰশাসন ৷ দিনে ৰাতিয়ে পহৰাত ব্যস্ত আৰক্ষী ৷ ধেমাজি কাছাৰী মৈদানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আৰক্ষীৰ প্ৰশাসনৰ লোকৰ সৈতে ছাত্ৰ-ছাত্ৰীয়ে ৷

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস
author img

By

Published : Aug 13, 2019, 12:27 PM IST

ধেমাজি , ১৩ আগষ্ট : সমগ্র দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী মৈদানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । প্ৰচণ্ড গৰমকো নেওচি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকল ওলাই আহিছে অনুশীলনলৈ ৷

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস
সমাগত 73 সংখ্যক স্বাধীনতা দিৱস ৷ সস্তম হৈছে আৰক্ষী প্ৰশাসন ৷ দিনে ৰাতিয়ে পহৰাত ব্যস্ত আৰক্ষী ৷ সৰু-বৰ যান বাহণ সকলোতে তীক্ষ্ণ নজৰ আৰক্ষীৰ ৷ জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী মৈদানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । প্ৰচণ্ড গৰমকো নেওচি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকল ওলাই আহিছে কুচ-কাৱাজৰ বাবে । আৰক্ষী , গৃহৰক্ষী ,, সামৰিক বাহিনীৰ এটা বেন পাৰ্টি সহ মুঠ ২৯ দলে অংশ কৰিব কুচ কাৱাজত ।পূবৰ তুলনা এইবাৰ ছাত্র ছাত্ৰীৰ অংশগ্ৰহণ উৎসাহজনক । মুঠ ৪৮০ গৰাকী ছাত্র- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আৰক্ষীৰ সহযোগিতা , কটকটীয়া নিৰাপত্তা মাজত ধেমাজিবাসীৰ সহযোগিতাত সুন্দৰকৈ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিব বুলি মন্তব্য কৰিছে কুচ কাৱাজ দলৰ পৰিচালনা কৰা শিক্ষকদ্বয়ে ৷

Intro:ধেমাজিত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি

Body: ধেমাজিত স্বাধীনতা।দিৱসৰ প্ৰস্তুতি

ধেমাজি , ১৩ আগষ্ট : , সমগ্র দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী মদানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক।প্ৰস্তুতি চলাইছে । প্ৰচণ্ড গৰমকো নেওচি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকল ওলাই আহিছে কুচ কাৱাজ অনুশীলনৰ বাবে
।আৰক্ষী ,, গৃহৰক্ষী ,, সামৰিক বাহিনীৰ এটা বেন পাটিৰ সহ মুঠ ২৯ দলে অংশ কৰিব কুচ কাৱাজত ।পূবৰ তুলনা এইবাৰ ছাত্র ছাত্ৰী অংশগ্ৰহণ উৎসাহজনক । মুঠ ৪৮০ গৰাকী ছাত্র- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আৰক্ষীৰ সহযোগিতা , কটকটীয়া নিৰাপত্তা মাজত ধেমাজিবাসীৰ সহযোগিতাত সুন্দৰকৈ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিব বুলি মন্তব্য কৰিছে কুচ কাৱাজ দলৰ পৰিচালনা কৰা শিক্ষকদ্বয়ে

byte...1..+2

Pradunya Bharali , Dhemaji , Assam, 13/8/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.