ETV Bharat / state

চাফাই কৰ্মীৰ মাজত সাহাৰ্য বিতৰণ

ধেমাজি শাখা ষ্টেট বেংকৰ বিষয়া কৰ্মচাৰীৰ দ্বাৰা চাফাই কৰ্মীৰ মাজত সাহাৰ্য বিতৰণ ।

Food distribution to Sanitizer workers at Dhemaji

author img

By

Published : May 11, 2020, 4:40 PM IST

Updated : May 11, 2020, 7:50 PM IST

ধেমাজি, ১১ মে' : কৰ'ণা আতংকৰ মাজতেই সামান্য পাৰিতোষিকৰ বিনিময়ত নগৰৰ আৱৰ্জনা পৰিস্কাৰ কৰি অহা ধেমাজি পৌৰ সভা অধীনত কাম কৰা চাফাই কৰ্মীসকলৰ মাজত ধেমাজি ষ্টেট বে্ংক শাখাৰ বিষয়া কৰ্মচাৰীসকলে চাউল , আলু , দালি আদি খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে । । লক্ ডাউনৰ মাজতেই নিষ্ঠাৰে কৰ্মত নিয়োজিত হৈ থকা এই সকল কৰ্মীক ধেমাজি ষ্টেট বেংক শাখাৰ বিষয়া কৰ্মচাৰী তৰফৰ পৰা সামান্য সকাহ দিয়াৰ উদ্দেশ্যে চাউল, আলু, দালি ইত্যাদি খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয় ।

Food distribution to Sanitizer workers at Dhemaji
চাফাই কৰ্মীৰ মাজত সাহাৰ্য বিতৰণ ধেমাজি শাখা ষ্টেট বেংকৰ বিষয়া কৰ্মচাৰীৰ

সোমবাৰে বেংকৰ ভিতৰতে আনুষ্ঠানিকভাৱে খাদ্য সামগ্ৰী বিতৰণ কৰি চাফাই কৰ্মীসকলক ধন্যবাদ জনাই শাখাৰ প্ৰৱন্ধকগৰাকীয়ে । এই অনুষ্ঠানতেই ধেমাজি প্ৰেছ ক্লাবৰ উপদেষ্টা তথা জেষ্ঠ সংবাদ কৰ্মী দিলীপ কুমাৰ হাজৰিকা উপস্থিত থাকি মানৱীয় দৃষ্টিৰে নগৰখন চাফা কৰি কৰ'ণা মুক্ত কৰি অহা চাফাই কৰ্মীসকলক উৎসাহিত কৰে ।

Last Updated : May 11, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.