ETV Bharat / state

ভদীয়া বানত বুৰিল ধেমাজি - যাতায়াত

ভদীয়া বানত পুনৰাই বুৰিল ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল ৷ জিলাখনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাঢ়নী পানী বগৰাৰ ফলত স্বাভাৱিকতে ব্যাঘাত জন্মিছে যাতায়াতৰ ক্ষেত্ৰত ৷

Flood near NH 15 Dhemaji assam etv bharat news
ভদীয়া বানত বুৰিল ধেমাজি
author img

By

Published : Sep 17, 2020, 10:44 PM IST

ধেমাজি,17 ছেপ্তেম্বৰ: বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দিনাই ধেমাজিত সংহাৰী ৰূপ ধাৰণ কৰিছে জীয়াঢলে ৷ ভদীয়া বানৰ কবলত পৰিছে জিলাখনৰ ন ন অঞ্চল ৷ বৃহস্পতিবাৰে আবেলি জীয়াঢলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে বুৰাই পেলোৱাৰ ফলত যাতায়াতত ব্যাঘাত সৃষ্টি হৈছে ৷ ভদীয়া বানে জিলাখনৰ 20 খনতকৈ অধিক গাঁও প্লাৱিত কৰে ৷ ফলত জন সাধাৰণৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

লগতে চাওকঃ ৰাজ্যত অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পূজাৰ লগতে মহালয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.