ধেমাজি,4জুনঃ
- 2004 চনৰ 15 আগষ্টৰ ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান
- ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰে চূড়ান্ত ৰায়
- ১৫ জন অভিযুক্তৰ মুখ্য অভিযুক্ত ৰচিদ ভৰালী পলাতক
- বাকী ১৪ জনৰ ৮ জনক সাক্ষী প্ৰমাণৰ অভাৱত ৰেহাই
- ইয়াৰে 6 জনক দোষী সাব্যস্ত আদালতৰ
- 4 জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ
- মুহী সন্দিকৈ,যতীন দুৱৰী,দীপাঞ্জলী গোহাঁই , লীলা গগৈ ওৰফে লীলা খানক দহ হাজাৰ টকাৰ জৰিমনাৰ লগতে যাৱজ্জীৱন কাৰাদণ্ড
- দুজন অভিযুক্ত প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক চাৰি বছৰৰ কাৰাদণ্ড
- জয়া চুতীয়া, মিন বৰুৱা, জিতেন চুতীয়া, অপ্সৰা বৰুৱা, গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া, চন্দ্ৰনাথ গগৈ,মোহন চুতীয়া মুঠ ৮ জনক আদালতৰ ৰেহাই, সাক্ষী প্ৰমাণ নোহোৱাৰ বাবে ৰেহাই এই আঠজনক ৷ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান