ধেমাজি, 14 মে' : লক্ ডাউনৰ মাজতে বুধবাৰে ধেমাজিত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ধেমাজি জিলা কৃষি বিভাগে নিৰ্বাচিত হিতাধিকাৰীক ট্ৰেক্টৰ আৰু আনুসাংগিক সঁজুলি বিতৰণ কৰে ৷
ধেমাজি কৃষি কাৰ্যালয়ৰ চৌহদত আনুষ্ঠানিকভাবে জিলাখনৰ 15 টা নিৰ্বাচন গোটক এই ট্ৰেক্টৰ প্ৰদান কৰা হয় ৷
বিধায়ক ৰণোজ পেগুৰ উপস্থিতিত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয় ৷
লগতে পঢ়ক : ওজাপালিৰে কৰ'ণা সজাগতাৰ প্ৰয়াস