ETV Bharat / state

ধেমাজিত আবকাৰী বিভাগৰ অভিযানঃজব্দ অৰুণাচলী সুৰা - আবকাৰী বিভাগ

ধেমাজি জিলাৰ চিলাপথাৰৰ আৰক্ষী থানাৰ অধীনৰ অসম - অৰুণাচল সীমান্তৰ লিকাবালিৰ মাজগাঁও আৰু কুলাজান অঞ্চলত আবকাৰী বিভাগৰ এটা দলে অতৰ্কিতে চলায় এক অভিযান ৷ অভিযানত জব্দ কৰা হয় বহু পৰিমাণৰ অৰুণাচলী সুৰা ৷

Expeditions of Excise Department in dhemaji
ধেমাজিত আবকাৰী বিভাগৰ অভিযানঃজব্দ অৰুণাচলী সুৰা
author img

By

Published : Sep 13, 2020, 12:15 PM IST

ধেমাজি,13ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধেমাজি জিলাৰ বিভিন্ন ঠাইত একাংশ অসাধু ব্যৱসায়ীয়ে চলাই নিছে অৰুণাচলী সুৰাৰ এক ৰমৰমীয়া বেহা ৷

Expeditions of Excise Department in dhemaji
ধেমাজিত আবকাৰী বিভাগৰ অভিযানঃজব্দ অৰুণাচলী সুৰা

শনিবাৰে ধেমাজি জিলাৰ চিলাপথাৰৰ আৰক্ষী থানাৰ অধীনৰ অসম - অৰুণাচল সীমান্তৰ লিকাবালিৰ মাজগাঁও আৰু কুলাজান অঞ্চলত আবকাৰী বিভাগৰ এটা দলে অতৰ্কিতে চলায় এক অভিযান

আবকাৰী বিভাগৰ দলটোৱে অভিযানত জব্দ কৰে বহু পৰিমাণৰ অৰুণাচলী সুৰা ৷ তদুপৰি আবকাৰী বিভাগে সুৰা প্ৰস্তুত কৰা বহু সামগ্ৰীও জব্দ কৰে ৷ ইপিনে সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ এই অভিযানক শলাগ লৈছে অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়কঃসৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.