ETV Bharat / state

জোনাইত গৰাখহনীয়াৰ ভয়াৱহ ৰূপ - siang

চিয়াং আৰু চিমেন নদীৰ গৰাখহনীয়াই জোনাইৰ বিভিন্ন অঞ্চলত সৃষ্টি কৰিছে আতংকৰ ৷ বেৰাচাপৰিৰ ঠাৰি বেংগলীত চিয়াং নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷

জোনাইত গৰা-খহনীয়াৰ বিধ্বংসী ৰূপ
author img

By

Published : Jul 16, 2019, 4:30 PM IST

জোনাই, 16 জুলাইঃ ৰাজ্যজুৰি বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে জোনাইত খহনীয়াই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ ৷ চিয়াং আৰু চিমেন নদীৰ গৰা-খহনীয়াই জোনাইৰ বিভিন্ন অঞ্চলত সৃষ্টি কৰিছে আতংকৰ ৷ বেৰাচাপৰিৰ ঠাৰি বেংগলীত চিয়াং নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ খহনীয়াত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ৷ খহনীয়াত গৃহহাৰা হৈ মথাউৰিতে আশ্ৰয় ল'বলগীয়া হৈছে এইসকল লোকে ৷

গৰা-খহনীয়াৰ বিধ্বংসী ৰূপ

Intro:nullBody:জোনাইতৰ বেৰাচাপৰিত চিয়াং নদীৰ আৰু চিমেন নদীৰ ৪নং মাজৰবাৰীত বিধ্বংসী খহনীয়া

জোনাই ১৬ জুলাই

ধেমাজি জিলাৰ জোনাইত বানপানীৰ বিভীষিকাৰ মাজতে চিয়াং নদীৰ আৰু চিমেন নদীৰ খহনীয়াৰও সমান্তৰালকৈ চলাইছে তাণ্ডৱ | জোনাইৰ বেৰাচাপৰিৰ ঠাৰি বেংগলীত চিয়াং নদীৰ খহনীয়াই সৃষ্টি কৰিছে বৰ্ণাত্যৰ মাজত আন এক আতংক| চিয়াং নদীৰ তীব্ৰ খহনীয়াত জাহ গৈছে বহুলোকৰ ঘৰ বাৰীকে ধৰি বাৰীৰ মূল্যবান গছ গছনি | বানৰ সমান্তৰালকৈ চিয়াং নদীয়ে অব্যাহত ৰখা এনে তীব্ৰ খহনীয়াত আতংকিত হৈ একাংশ লোকে নিজে সজা আপোন ঘৰখন ভাঙি গৃহহাৰা হৈ পৰিয়ালৰ সৈতে আশ্ৰয় গ্ৰহণ কৰি আছে মথাউৰি ওপৰতে|

কৰবী দলে জোনাই
Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.