ETV Bharat / state

জোনাইত নিৰ্বাচনী বিষয়া কৰ্মচাৰীক খাদ্য যোগানত গাফিলতিৰ অভিযোগ - ভোট কেন্দ্ৰ

জোনাইত নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ বাবে নিউজিত ঠিকাদাৰৰ খাদ্য যোগানত গাফিলতিৰ অভিযোগ ৷ হাহাকাৰ প্রিজাইডিং,পুলিং বিষয়াৰ নিৰাপত্তাৰক্ষীৰ ৷ ভোট কেন্দ্ৰত নিয়োজিত নিৰাপত্তাৰক্ষীৰ উচিত মজুৰি নোপোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

জোনাইত নিৰ্বাচনী বিষয়া কৰ্মচাৰীক খাদ্য যোগানত গাফিলতিৰ অভিযোগ

author img

By

Published : Mar 26, 2021, 9:53 PM IST

জোনাই ২৬ মাৰ্চ: ২৭ মার্চত অনুষ্ঠিত হ’ব লগা প্রথম পর্যায়ৰ নিৰ্বাচনৰ ভােট গ্রহণৰ বাবে নিয়োগ কৰা নিৰ্বাচনী বিষয়া ও কৰ্মচাৰীৰ সকলে এমুঠি খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতি সৃষ্টি হ’ব লগা হৈছে জোনাইত ৷ উল্লেখযোগ্য যে, ১১৪ নং জোনাই বিধান সভা সমষ্টিত প্রিজাইডিং, পুলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষী বাহিনীৰ বাবে খাদ্য যোগানত মহকুমা প্ৰশাসনে নিউজিত ঠিকাদাৰ সকলে সময়ত প্ৰজাপ্ত খাদ্য যোগান ধৰিব নোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ হাতত ভাতৰ প্লেট লৈ ঘন্টা ঘন্টা ৰৈ থকিবলগীয়া অৱস্থা বিষয়া কৰ্মচাৰী সকলৰ ৷

জোনাইত নিৰ্বাচনী বিষয়া কৰ্মচাৰীক খাদ্য যোগানত গাফিলতিৰ অভিযোগ

জানিব পৰা মতে, জোনাই সমষ্টিৰ বিভিন্ন নিৰ্বাচনী স্থানলৈ যাব লগা বিষয়া কৰ্মচাৰীৰ সকলে প্ৰায় এক দুই ঘন্টা ধৰি এমুঠি খাদ্যৰ বাবে ৰখি থকাৰ পিছতো খাদ্য যোগান ধৰাত মহকুমা প্ৰশাসনে নিয়োজিত কৰা ঠিকাদাৰ সকলে বিষয়া কৰ্মচাৰী লোক সকলক ভিক্ষাৰীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

লগতে বহু নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে ভালদৰে এসাজ খোৱাটো বাদেই পানী এগিলাচৰ বাবে হাহাকাৰ হ’ব লগা হৈছে ৷ যিসকলে অকমান অন্ন পাইছে সেইয়াও চাউল হৈ আছে নিসিজাকৈ খাদ্যৰ যোগান ধৰাৰ অভিযোগ কৰিছে বিষয়া কৰ্মচাৰীৰ সকলে ৷ বহু নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে ভাত নোখোৱাকৈয়ে নিৰ্বাচনী স্থানলৈ ৰাওনা হৈছে ৷ প্রিজাইডিং, পুলিং বিষয়াসকলে মহকুমা প্ৰশাসনলৈ খাদ্য যোগানত নিউজিত ঠিকাদাৰ সকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আহ্বান জনাইছে ৷

লগতে পঢ়কঃ বতৰে কি প্ৰভাৱ পেলাব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.