ETV Bharat / state

ধেমাজিত ভূমিহীন পৰিয়ালক ভূমিপট্টা আৰু আৱন্টন পত্ৰ বিতৰণ

author img

By

Published : Jan 24, 2021, 7:22 AM IST

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজিত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷

ধেমাজিত ভূমিহীন পৰিয়ালক ভূমিপট্টা আৰু আৱন্টন পত্ৰ বিতৰণ
ধেমাজিত ভূমিহীন পৰিয়ালক ভূমিপট্টা আৰু আৱন্টন পত্ৰ বিতৰণ

ধেমাজি,24 জানুৱাৰী : শনিবাৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷ জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰৰ প্ৰায় 125 টা পৰিয়াললৈ ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷

খিলঞ্জীয়া লোকসকলৰ মাজত ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ধেমাজি জিলা উপায়ুক্ত নৰসিংহ পাৱাৰে ৷ এই অনুষ্ঠানত ধেমাজি ৰাজহ চক্ৰৰ ৮ গৰাকীক ভূমি পট্টা আৰু ২২গৰাকীক ভূমি আৱন্টন পত্ৰ, গোগামুখ ৰাজহ চক্ৰত ১১ গৰাকীক ভূমি পট্টা আৰু ভূমি আৱণ্টন পত্ৰ, চিচিবৰগাঁও ৰাজহ চক্ৰত ৬ গৰাকীক ভূমি পট্টা আৰু ৩৪ গৰাকীক আৱণ্টন পত্ৰ, জোনাই ৰাজহ চক্ৰত ৪০ গৰাকী ভূমিহীন লোকৰ মাজত আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক: বিশ্বনাথত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.