ETV Bharat / state

ভোটাৰৰ খচৰা তালিকা প্ৰস্তুত সন্দৰ্ভত ধেমাজি জিলা উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Dec 4, 2020, 4:03 PM IST

ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা উপায়ুক্ত নৰসিং পাৱাৰে এখন সংবাদমেল সম্বোধন কৰে । ১৩ নং ধেমাজি বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত ৰ্নিবাচনী ভোটাৰৰ খচৰা তালিকা প্ৰস্তুত সন্দৰ্ভত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় সংবাদমেলখন ।

dhemaji-voter-list-news
ভোটাৰৰ খচৰা তালিকা প্ৰস্তুত সন্দৰ্ভত ধেমাজি জিলা উপায়ুক্তৰ সংবাদমেল

ধেমাজি, 4 ডিচেম্বৰ: ১১৩ নং ধেমাজি বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত ৰ্নিবাচনী ভোটাৰৰ খচৰা তালিকা প্ৰস্তুত সন্দৰ্ভত বৃহস্পতিবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা উপায়ুক্ত নৰসিং পাৱাৰে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত সদৰী কৰা অনুসৰি, বৰ্তমান ১১৩ নং ধেমাজি বিধানসভা সমষ্টিত মুঠ ভোটাৰ আছে 2,40,515 । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ 1,18,560 গৰাকী আৰু মহিলা ভোটাৰ 1,21,955 গৰাকী ।

খচৰা তালিকাত সমষ্টিৰ নতুন ভোটাৰ অন্তভুৰ্ক্তি, সংশোধনী আৰু ভিন্ন দাবী, আপত্তিৰ কাম যোৱা অহা ১৫ ডিচেম্বৰলৈকে অব্যাহত থাকিব । সমষ্টিটোৰ চূড়ান্ত খচৰা ভোটাৰৰ তালিকা প্ৰকাশ পাব অহা বছৰ ১৫ জানুৱাৰীত । সেয়ে নতুন ভোটাৰৰ নাম অন্তভুৰ্ক্তি কৰা অথবা সংশোধনী আদি যিকোনো সমস্য়া থাকিলে যোগাযোগ কৰিবলৈ ধেমাজি বিধানসভা সমষ্টিৰ অধীনৰ সকলোকে আহ্বান জনাইছে ধেমাজি জিলা নিৰ্বাচনী বিষয়াই ।

লগতে পঢ়ক: বোন্দাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.