ETV Bharat / state

ধেমাজিত কোৱাৰেন্টাইন চেন্টাৰৰ চাফাই কৰ্মীৰ বাবে প্ৰাৰ্থীৰ দীঘলীয়া শাৰী - Assam Corona

শেহতীয়াকৈ কোভিড 19ৰ বাবে ধেমাজি জিলা কোৱাৰেন্টাইন চেন্টাৰ ক্ৰমে আন্তঃজিলা বাছ আস্থান, ট্ৰাক টাৰমিনাচ, ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয়ত নিয়োগৰ বাবে চাফাই কৰ্মীৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হয় ।

Dhemaji Quarantine Center Clenliness woker interview
ধেমাজিত কোৱাৰেন্টাইন চেন্টাৰৰ চাফাই কৰ্মীৰ বাবে প্ৰাৰ্থীৰ দীঘলীয়া শাৰী
author img

By

Published : May 15, 2020, 8:48 PM IST

ধেমাজি,15 মেঃ ধেমাজিৰ কোৱাৰেন্টাইন চেন্টাৰত অস্থায়ী ভিত্তিত চতুৰ্থ বৰ্গৰ চাফাই কৰ্মীৰ সাক্ষাৎকাৰত প্ৰৰ্থীৰ দীঘলীয়া শাৰী । শেহতীয়াকৈ কোভিড 19ৰ বাবে ধেমাজি জিলা কোৱাৰেন্টাইন চেন্টাৰ ক্ৰমে আন্তঃজিলা বাছ আস্থান, ট্ৰাক টাৰমিনাচ, ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয়ত নিয়োগৰ বাবে চাফাই কৰ্মীৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হয় । ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ স্বাস্থ্য ভৱনত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এই সাক্ষাৎকাৰ । কিন্তু ইয়াত প্ৰৰ্থীসকলে পালন নকৰে সামাজিক দূৰত্ব । পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ধেমাজিত কোৱাৰেন্টাইন চেন্টাৰৰ চাফাই কৰ্মীৰ বাবে সাক্ষাৎকাৰ

লগতে পঢ়ক-বঙাইগাঁৱৰ কন্টেইনমেন্ট জ'নত তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.