ETV Bharat / state

ফাঁচীৰ দাবীত উত্তাল ধেমাজি - ধেমাজি

শুকুৰবাৰে শতাধিক পুৰুষ মহিলাই ধেমাজি উত্তাল কৰে প্ৰস্তুতি কোৱঁৰৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত

হত্যাকাৰী ফাঁচীৰ দাবীত উত্তাল ধেমাজি
author img

By

Published : May 3, 2019, 11:27 PM IST

ধেমাজি,৩ মে' : প্ৰস্তুতি কোৱঁৰৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তাল ধেমাজি । হাতে হাতে প্লে কাৰ্ড লৈ হত্যাকাৰী নিপুল কোচক ফাঁচী দিয়ক , হত্যাকাৰী পৰিয়ালৰ সকলো সদস্য গ্ৰেপ্তাৰ কৰক আদি শ্ল'গানেৰে বিশাল গণ প্ৰতিবাদী সমদল বাহিৰ কৰে ধেমাজি চহৰত । শুকুৰবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী সমদলটোৱে ।

হত্যাকাৰী ফাঁচীৰ দাবীত উত্তাল ধেমাজি

উল্লেখ্য যে যোৱা ২৮ এপ্ৰিলত ধেমাজি মাছখোৱা আৰক্ষী চকীৰ অন্তৰ্গত চৌখাম গাঁৱত মৃত্যু হৈছিল প্ৰস্তুতি কোঁৱৰ কোচ নামৰ এগৰাকী বোৱাৰী । এই মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । অঞ্চলবাসীৰ অভিযোগ অনুসৰি মৃত প্ৰস্তুতি কোৱঁৰ কোচক পৰিকল্পিতভাৱে হত্যা কৰিছে পৰিয়ালৰ লোকে । সেয়ে হত্যাকাণ্ডত জড়িত অন্যসকলকো গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে ।ইতিমধ্যে মৃত মহিলাগৰাকী স্বামী নিপুল কোচক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও নিপুল কোচক ফাঁচী দিয়াৰ দাবী তুলিছে অঞ্চলবাসীয়ে । ইপিনে মৃত মহিলাগৰাকী আত্মহত্যা কৰা বুলি চিকিৎসকে দিয়া ৰিপৰ্টক লৈ অসন্তুষ্ট প্ৰতিবাদী ৰাইজে শীঘ্ৰে সঠিক ৰিপৰ্ট দিবলৈ চিকিৎসক বিজু বৰুৱাক ২৪ ঘন্টাৰ সময় সীমা বান্ধি দিয়ে যাতে হত্যাকাৰীয়ে উচিত শাস্তি পায় । ইয়াৰ বাবে জিলা উপায়ুক্ত স্মাৰক পত্ৰ প্ৰদান কৰিছে অঞ্চলবাসীয়ে অন্যথা পৰৱৰ্তী সময়ত যিকোনো জটিল পৰিস্থিতি উদ্ভৱ হ'লে ধেমাজি জিলা প্ৰশাসন আৰু তদন্তকাৰী বিষয়া জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে ।

Intro:হত্যাকাৰী ফাঁচীৰ দাবীত উত্তাল ধেমাজি

Body: ধেমাজি , 3, মে : প্ৰস্তুতি কোৱঁৰৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত শুক্ৰবাৰে শতাধিক পুৰুষ মহিলাই উত্তাল কৰিলে ধেমাজি । হাতে হাতে প্লে কাৰ্ড লৈ হত্যাকাৰী নিপুল কোচক ফাঁচী দিয়ক , হত্যাকাৰী পৰিয়ালৰ সকলো সদস্য গ্ৰেপ্তাৰ কৰক আদি শ্লগানেৰে ধেমাজি সদৰৰ লিলি চিনেমা হলৰ পৰা বিশাল গণ প্ৰতিবাদী সমদল বাহিৰ কৰে । ইয়াৰ পিছতে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টা ধৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ।

উল্লেখ্য যে যোৱা 28 এপ্ৰিলত ধেমাজি মাছখোৱা আৰক্ষী চকীৰ অন্তৰ্গত চৌখাম গাঁৱত মৃত্যু হৈছিল প্ৰস্তুতি কোঁৱৰ কোচ নামৰ এগৰাকী বোৱাৰী । এই মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । অঞ্চলবাসীৰ অভিযোগ মৃত প্ৰস্তুতি কোৱঁৰ কোচক পৰিকল্পিতভাৱে হত্যা কৰিছে পৰিয়ালৰ লোকে ।সেয়ে হত্যাকাণ্ডত জড়িত অন্যসকলকো গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে ।
ইতিমধ্যে মৃত মহিলা গৰাকী স্বামী নিপুল কোছক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰিছে যদিও নিপুল কোচক ফাঁচী দিয়াৰ দাবী তুলিছে অঞ্চলবাসীয়ে ।

ইপিনে মৃত মহিলাগৰাকী আত্মহত্যা কৰা বুলি চিকিৎসকে দিয়া ৰিপটক লৈ অসন্তুষ্ট প্ৰতিবাদী ৰাইজে শীঘ্ৰে সঠিক ৰিপট দিবলৈ চিকিৎসক বিজু বৰুৱাক ২৪ ঘন্টাৰ সযয় সীমা বান্ধি দিয়ে যাতে হত্যাকাৰীয়ে উচিত শাস্তি পায় । ইয়াৰ বাবে জিলা উপায়ুক্ত স্মাৰক পত্ৰ প্ৰদান কৰিছে । অন্যথা পৰৱতী সময়ত যিকোনো জটিল পৰিস্থিতি উদ্ভৱ হলে ধেমাজি জিলা প্ৰশাসন আৰু তদন্তকাৰী বিষয়া জগৰীয়া হব বুলি সকীয়াই দিয়ে ।

speech ....& ...byte..

প্ৰতিবাদী কৰ্যসূচীত মাছখোৱা মহিলা চছাইটি ,, দল সংগঠন আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰে ।

Pradunya , Bharali , Dhemaji ,Assam, 3/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.