ETV Bharat / state

ধেমাজিত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ - ধেমাজি

কৃষক মুক্তি আৰু ছাত্র মুক্তিৰ সদস্য়ই চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে ৰাজপথ

ধেমাজিত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ
author img

By

Published : Feb 12, 2019, 9:11 PM IST

ধেমাজি,১২ফেব্ৰুৱাৰীঃ ধেমাজিত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে কৃষক মুক্তি আৰু ছাত্র মুক্তিয়ে। বিতৰ্কিত বিধেয়কখন উত্থাপিত হোৱাৰ সময়ত মঙলবাৰে

ধেমাজিত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে। ধেমাজিৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য় সকলে চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
undefined

ধেমাজি ত প্ৰধানমন্ত্ৰী ৰ পূত্তলিকা দাহ কৰি লে কৃষক মুক্তি আৰু ছাত্র মুক্তিয়ে ।

ৰাজ্যসভাত বিতকিত বিধেয়কখন উ্ত্থাপন হোৱাৰ সময়ত মংগল বাৰে ধেমাজি সদৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূত্তলিকা দাহ কৰি তীব্ৰ প্ৰতি বাদ সাৱ্যস্ত কৰে ধেমাজি জিলাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সমিতিৰ প্ৰতি বাদী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগনাৰে ৰাজপথ উত্তাল কৰি তোলে ।

byte...leader, kmss

pradunya Bharali,, Dhemaji ,Assam, 12/2/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.