ETV Bharat / state

পৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজিৰ এটা অঞ্চল - ধেমাজি ম পাম

পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত ন পামবাসীয়ে দেখা নাই পৰিৱৰ্তনৰ মুখ ৷ অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা বিধ্বস্ত বাহৰ দলঙখনে সম্প্ৰতি বিপদ মাতিছে বহু লোকৰ জীৱনলৈ ৷

Dhemaji poor wooden bridge
পৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজিৰ এটা অঞ্চল
author img

By

Published : Jan 7, 2020, 9:56 AM IST

ধেমাজি, 7 জানুৱাৰীঃ বিকাশ আৰু পৰিৱৰ্তনে ঢুকি নোপোৱা অসমৰ এটি অঞ্চল ৷ পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত ন পামবাসীয়ে দেখা নাই পৰিৱৰ্তনৰ মুখ ৷ অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা বিধ্বস্ত বাহৰ দলঙখনে সম্প্ৰতি বিপদ মাতিছে বহু লোকৰ জীৱনলৈ ৷ অঞ্চলটোৰ সৈতে সংলগ্ন হোৱা যাতায়াতৰ একমাত্ৰ সমল দলঙখনৰ দুৰাৱস্থাৰ ওপৰত আজিকোপতি ৰজাঘৰীয়াৰ সু-দৃষ্টি নপৰিল ৷

পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত ন পাম

উল্লেখ্য যে, 2017 চনতে জীয়াঢলৰ প্ৰলয়ংকাৰী বানপানীয়ে পথটো বিছিন্ন কৰি থৈ যায় ৷ পৰৱৰ্তীসময়ত ধেমাজিৰ বিধায়ক ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাকে আদি কৰি বিভিন্নজনে পথটো পৰিদৰ্শন কৰি দলং নিৰ্মানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিলৈকে সেইয়া বাস্তবায়িত হৈ উঠা নাই ৷ যাৰ ফলত এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক-ৰাজ্যত ৩ লাখ ১২ হাজাৰ ভূৱা শিক্ষাৰ্থী চিনাক্ত

Intro:বিধৱস্ত বাহৰ দলঙে বিপদ মাতিছে এটা অঞ্চললৈ ।

Body:

ধেমাজি , ৭ জানুৱাৰী : বিকাশ আৰু আৰু পৰিৱৰ্তনৰ শ্লগানে ঢুকি পোৱা নাই বৰমুথনিৰ ন পামবাসীক । পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত বৰমুথনি অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা বিধ্ৱস্ত বাহৰ দলঙে বিপদ মাতিছ ভিন্নজনলৈ । পথটোৰ ন পাম গা্ৱৰ যাতায়তৰ একমাত্র বাহৰ দলংখন সম্প্ৰতি অতি বিপজ্জনক হৈ পৰিছে । আশ্চৰ্যজনক যে ঘিলামৰা ঢকুৱাখনালৈ সংযোগী এই উপপথটো ওপৰত থকা দলংখন ৰ দুৰৱস্থাৰ অদ্যাপি বজাঘৰীয়াৰ সুদৃষ্টি পৰা নাই । উল্লেখ্য যে 2017 চনতে জীয়াঢলৰ প্ৰলংকাৰী বানপানীয়ে পথটো বিচিন্ন কৰি থৈ যায় । পৰৱৰ্তীকালত ধেমাজিৰ বিধায়ক ৰণোজ পেগু ,,সাংসদ প্ৰদান বৰুৱা সহ ৰজাঘৰীয়া ৰথী মহাৎথীসকলে পৰিদৰ্শন কৰি পথ - দলং নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰতিশ্ৰুতি দি যায় যদিও আজিকোপতি কাৰ্যত বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিলে ।

এই সন্দৰ্ভত ধেমাজিৰ পৰা প্ৰদুণ্য ভৰালী এক বিশেষ প্ৰতিবেদন : 7/1/,2020,

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.