ধেমাজি, 1 জানুৱাৰীঃ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে ৰং-তুলিকাৰে শান্তি বিচাৰি CAAৰ বিৰোধিতা কৰিলে এজাক শিশুই । ধেমাজিত অৱস্থিত শিশুসকলৰ অগ্ৰণী অনুষ্ঠান মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত, ধেমাজিৰ শিশু উদ্যান বাকৰিত নৱবৰ্ষৰ প্ৰথমটো দিনত CAA বিৰোধিতা কৰি সকলোৰে মাজত শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ কামনাৰে অনুষ্ঠিত কৰিলে এক চিত্ৰাংকণ কাৰ্যসূচী ।
ৰং-তুলিকাৰে শান্তি বিচাৰি CAAৰ বিৰোধিতা ধেমাজিৰ এজাক শিশুৰ - CAAৰ বিৰোধিতা ধেমাজিৰ এজাক শিশুৰ
ৰং-তুলিকাৰে CAAৰ বিৰোধিতা কৰিলে ধেমাজিৰ এজাক শিশুৱে ৷ ধেমাজিস্থিত মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত শিশু সকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকণ কাৰ্যসূচী ।
ৰং-তুলিকাৰে শান্তি বিচাৰি CAAৰ বিৰোধিতা
ধেমাজি, 1 জানুৱাৰীঃ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে ৰং-তুলিকাৰে শান্তি বিচাৰি CAAৰ বিৰোধিতা কৰিলে এজাক শিশুই । ধেমাজিত অৱস্থিত শিশুসকলৰ অগ্ৰণী অনুষ্ঠান মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত, ধেমাজিৰ শিশু উদ্যান বাকৰিত নৱবৰ্ষৰ প্ৰথমটো দিনত CAA বিৰোধিতা কৰি সকলোৰে মাজত শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ কামনাৰে অনুষ্ঠিত কৰিলে এক চিত্ৰাংকণ কাৰ্যসূচী ।
Intro:ধেমাজিত ৰং তুলিকাৰে শান্তি বিচাৰি কা ৰ বিৰোধিতা এজাক শিশুৰ ।
Body:
ধেমাজি , 1 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে ৰং তুলিকাৰে শান্তি বিচাৰি কা ৰ বিৰোধিতা কৰিলে এজাক শিশুই । ধেমাজিৰ শিশুৰ অগ্ৰণী অনুষ্ঠান মনালিছা আট একাডেমীৰ উদ্যোগত ধেমাজিৰ শিশু উদ্যান বাকৰিত নৱবৰ্ষৰ প্ৰথমটো দিনত কা বিৰোধিতা কৰি সকলোৱে মাজত শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ কামনা কৰিলে ।
DL
pradunya Bharali , Dhemaji , Assam, 1/1/2020
Conclusion: