ETV Bharat / state

ধেমাজিত স্বাধীনতা দিৱস বৰ্জন সাংবাদিকৰ - Assam

জিলা প্ৰশাসনৰ বৈষম্যমূলক আৰু অসৌজন্যতামূলক আচৰণৰ বিৰুদ্ধে এই সিদ্ধান্ত সাংবাদিকৰ

ধেমাজিত স্বাধীনতা দিৱস বৰ্জন সাংবাদিকৰ
author img

By

Published : Aug 15, 2019, 6:42 PM IST

  • ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন সাংবাদিকৰ
  • জিলা প্ৰশাসনৰ বৈষম্যমূলক আৰু অসৌজন্যতামূলক আচৰণৰ বিৰুদ্ধে এই সিদ্ধান্ত সাংবাদিকৰ
  • মন্ত্ৰীৰ প্ৰৱেশৰ লগে লগেই স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন সাংবাদিকৰ
  • সাংবাদিকৰ আসনৰ শ্ৰেণী বিভাজন জিলা প্ৰশাসনৰ
  • A গ্ৰেড, B গ্ৰেড নামাকৰণেৰে বিভাজন ৰাজনৈতিক নেতা, সাংবাদিকৰ আসন
  • উপায়ুক্তক অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ
    ধেমাজিত স্বাধীনতা দিৱস বৰ্জন সাংবাদিকৰ
  • অৱশেষত মন্ত্ৰী আৰু জিলা উপায়ুক্তৰ প্ৰৱেশৰ লগে লগে ধেমাজি প্ৰেছ ক্লাৱ ত্যাগ কৰে প্ৰায় 20 গৰাকী সাংবাদিকে
  • ইয়াৰ পিছতে ধেমাজি প্ৰেছ ক্লাৱত গুৰুত্বপূৰ্ণ সভা প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ
  • উপায়ুক্ত তথা উপায়ুক্ত কাৰ্যালয়ে অংশ লোৱা মন্ত্ৰী, বিধায়ক সকলোৰে কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত প্ৰেছ ক্লাৱৰ

Intro:ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জিলা প্ৰশাসনৰ বৈষম্য আৰু অসৌজন্যতামূলক আচৰন ৷ : মন্ত্ৰীৰ প্ৰৱেশৰ লগে লগেই বৰ্জন সাংবাদিকৰBody:ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জিলা প্ৰশাসনৰ বৈষম্য আৰু অসৌজন্যতামূলক আচৰন ৷ : মন্ত্ৰীৰ প্ৰৱেশৰ লগে লগেই বৰ্জন সাংবাদিকৰ ৷

ধেমাজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত নোহোৱা নোপোজা ঘটনা| সাংবাদিকৰ আসনৰ শ্ৰেণী বিভাজন জিলা প্ৰশাসনৰ| A গ্ৰেড , B গ্ৰেড| A গ্ৰেডৰ সাংবাদিকৰ আসন ৰাজনৈতিক নেতা পালিনেতাৰ আসনৰ পিছত| একেদৰে B গ্ৰেডৰ সাংবাদিকৰ আসনত বহিছে আন লোক| মুঠতে জিলা প্ৰশাসনে আয়োজন কৰা মন্ত্ৰী চুম ৰংহাঙে অংশ লোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চৰম অৱমাননা সাংবাদিকক| খোদ উপায়ুক্তক অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিলে সাংবাদিকক | অৱশেষত মন্ত্ৰী আৰু জিলা উপায়ুক্তৰ প্ৰৱেশ ঘটাৰ লগে লগে ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰায় 20 গৰাকী সাংবাদিকে বৰ্জন কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰা প্ৰস্থান কৰে ৷ ইপিনে ইয়াৰ পিছতে ধেমাজি প্ৰেছ ক্লাৱত প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত এখন জৰুৰী সভা অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱগ্ৰহন আৰু সিদ্ধান্ত গ্ৰহণ কৰি উপায়ুক্ত
কাৰ্যালয়ই অথবা উপায়ুক্তই অংশ লোৱা মন্ত্ৰী,বিধায়ক সকলোৰে কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে

Byte : president secy Dhemaji press club .

Byte...journalist,Dhemaji

PRADUNYA BHARALI , DHEMAJI , ASSAM. 15/8/2019Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.