ETV Bharat / state

ধেমাজিৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী যোগেন মহনৰ - ধেমাজি আৰ্ৱত্ত ভৱনত

ধেমাজি জিলা বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবে এচ ডি আৰ এফৰ 18 কোটি টকীয়া আঁচনি ৷ ধেমাজিত জিলা প্ৰশাসনৰ সৈতে বান সমস্যাৰ সম্পৰ্কে আলোচনাত মিলিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন ৷

dhemaji flood situation observe minister jogen mohan
ধেমাজীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী যোগেন মোহনৰ
author img

By

Published : Jul 1, 2020, 9:39 PM IST

ধেমাজি,১জুলাইঃ ধেমাজি জিলাৰ বান পৰিস্থিতি বুজ লবৰ বাবে বুধবাৰে ধেমাজিত উপস্থিত হয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ধেমাজি আৱৰ্ত ভৱনত ধেমাজি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু ধেমাজি সমষ্টি বিধায়কৰ সৈতে আলোচনাত মিলিত হয় । তাৰ পিছতেই ‌সাংবাদিকসকলক সম্বোধি কয় যে জিলাখনক বান সমস্যাৰ পৰা মুক্ত কৰিবৰ বাবে ইতিমধ্যে জিলাখনত চাৰিখন অভিলাষী আঁচনি গ্ৰহণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

ধেমাজীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী যোগেন মোহনৰ

এচ ডি আৰ এফৰ অধীনত ২০১৯ -২০ ৰূপায়ন হ'বলগীয়া আঁচনি চাৰিখন ক্ৰমে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ১০০০ মি আঁতৰত গাই নদীৰ মথাউৰি অংশৰ বাবদ 275 লাখ,জীয়াঢল গাঁৱৰ বালি ঘাট অঞ্চলৰ বাবে 499.53 লাখ,জীয়াঢল বাওঁপাৰৰ মথাউৰিৰ পৰা ৰেলৱে পথৰ মাজৰ 9-10 কি:মি: অংশ ৰ বাবে 449.98। চেঙাজান ঘাটত সংযোগৰ বাবে 498.50 লাখ বৃহৎ আচঁনিৰ বাবে। ইতিমধ্যে প্ৰশাসনীয় অনুমোদন জনোৱা কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । অৱশ্যে এই ১৮ কোটি টকীয়া আচঁনিৰ জৰিয়তে জিলাবাসীয়ে বানৰ কৰাল গ্ৰাসৰ পৰা কিমান মুক্ত হ'ব পাৰিব সেয়া সময়তহে লক্ষ্যণীয় হ'ব ৷

dhemaji flood situation observe minister jogen mohan
ধেমাজীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী যোগেন মোহনৰ
লগতে পঢ়কঃ 'বাধাই হো'ৰ পৰিচালকৰ মতে 'টিউবলাইট' এখন অভাৰৰেটেড ছবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.