ETV Bharat / state

ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3 - ধেমাজি

ধেমাজিত ভয়াবহ ৰূপত বৃদ্ধি পাইছে এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷

ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3
author img

By

Published : Jul 6, 2019, 12:08 AM IST

ধেমাজি , 5 জুলাইঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা। ধেমাজি জিলাৰ জোনাই , চিচিবৰগাঁও , ধেমাজি, গোগামুখ আৰু বেঙেনাগৰা আদি অঞ্চলক সামৰি চলিত বৰ্ষত মুঠ ২১ জন এই ৰোগত আক্ৰান্ত হয় ৷ ইয়াৰে ১৬ গৰাকী ৰোগীয়ে বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে৷

ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3

ধেমাজি জিলাৰ গ্ৰামাঞ্চলত চাৰিজনকৈ ৰোগী জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পিচত এজন শিশুৰ ইতিমধ্যে মৃত্যু হৈছে ৷ ইফালে জিলাখনত বৰ্তমান অন্য ঠাইতকৈ পৰিস্থিতি যথেষ্ট ভাল বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰিছে ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত মেলেৰিয়া বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডা° পৰমানন্দ দেউৰীয়ে।

উল্লেখ্য যে, প্ৰশাসনে এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে ৰাইজক যি সকল লোকে গাহৰি পালন কৰে সেই সকলৰ ঘৰৰ পৰা পাচঁ কিলোমিটাৰ দূৰত গাহৰি পালন কৰাৰ লগতে ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ৷

Intro:এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ জাপানী এনকেফেলাইটিছ ত আক্ৰান্ত হৈ মৃত্যু ১, এনকেফেলাইটিছ সদৃশ ত আক্ৰান্ত হৈ মৃত্যু - 3
Body:ধেমাজিত ভয়াবহ ৰূপত বৃদ্ধি পাইছে এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ জাপানী এনকেফেলাইটিছ ত আক্ৰান্ত হৈ মৃত্যু ১, এনকেফেলাইটিছ সদৃশ ত আক্ৰান্ত হৈ মৃত্যু - 3

ধেমাজি , 5 জুলাই :
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে এনছেফ্লাইটিছ সদৃশ আৰু জাপানী এনকেফেলাইটিছ ৰোগীৰ সংখ্যা। ধেমাজি জিলাৰ জোনাই , চিচিবৰগাও , ধেমাজি, গোগামুখ আৰু বেঙেনাগৰা আদি অঞ্চলক সামৰি চলিত বৰ্ষত মুঠ ২১ জন এই ৰোগত আক্ৰান্ত হয় ৷ ইয়াৰে এনেছেফ্লাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে জাপানীজ এনছেফ্লাইটিছত আক্ৰান্ত হৈ এজন শিশুৰ মৃত্যু হৈছে বৰ্তমানলৈকে ৷ আনফালে তিনিজন ভয়ংকৰ জাপানীজ এনছেফ্লাইটিছ ত আক্ৰান্ত হোৱা সত্বেও চিকিৎসাৰ অন্তত বিপদ মুক্ত হৈছে ৷

আৰু এনছেফ্লাইটিছত সদৃশ ৰোগত চিকিৎসাধীন হৈ আন ১৬ গৰাকী ৰোগীয়ে সুস্থ হৈছে ৷

প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰে JE আৰু এনছেফ্লাইটিছত সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ। ধেমাজি জিলাৰ গ্ৰামাঞ্চলত চাৰিজন কৈ ৰোগী JE ত আক্ৰান্ত হোৱাৰ পিচত এজন শিশুৰ মৃত্যু হৈছে আৰু এনছেফ্লাইটিছত সদৃশ ৰোগত তিনিজনৰ মৃত্যু ঘটিছে ৷Conclusion:

ইফালে জিলা খনত বৰ্তমান অন্য ঠাইতকৈ পৰিস্থিতি যথেষ্ট ভাল বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰিছে
ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত মেলেৰিয়া বিষয়া তথা জেষ্ঠ্য চিকিৎসক ডা° পৰমানন্দ দেউৰীয়ে। ৰাইজক সজাগতাৰে অৱলম্বন কৰিবলৈ আহ্বান জনাই যি সকল লোকে গাহৰি পালন কৰে সেই সকলৰ ঘৰৰ পৰা পাচঁ কিলোমিটাৰ দূৰত গাহৰি পালন কৰাৰ লগতে ঔষধযুক্ত আঠুৱা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ৷ উল্লেখ্য যে ধেমাজি জনজাতীয় অধু্্যষিত অঞ্চলত মহ নিধনৰ বাবে ব্যাপক ফগিং আৰু সজাগতা কৰা বুলিও দাবী কৰা স্বাস্থ্য বিভা গে ৰোগী সংখ্যা কিমান হ্ৰাস কৰিব পাৰিব সেয়া আহি থকা দিনকেইটাত লক্ষনীয় হব ৷

BITE_ ডা° পৰমানন্দ দেউৰী
মেলেৰিয়া বিষয়া ৷

pradunya Bharali, Dhemaji, assam, 5"7/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.