ETV Bharat / state

ধেমাজিত মথাউৰি নিৰ্মাণত ব্যাপক বিসংগতি জলসম্পদ বিভাগৰ!! - Dhemaji Sub Divisional Water Resource Department

জিলাখনৰ ন-নদীৰ সো-পাৰত ডেৰকোটি টকা মথাউৰি নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ ৷ নিৰ্মাণৰ পিচতেই খহি গ'ল কোটিটকীয়া মথাউৰিৰ মাটি ৷

বিসংগতিপূৰ্ণ মথাউৰি
author img

By

Published : May 29, 2019, 5:57 PM IST

ধেমাজি, 29 মেঃ ধেমাজিত নিৰ্মাণৰ পিচতেই খহি গৈছে কোটিটকীয়া মথাউৰি ৷ জিলাখনৰ জলসম্পদ সংমণ্ডলৰ অধীনত নিৰ্মিত ন-নদীৰ সো-পাৰৰ ডেৰকোটি টকীয়া মথাউৰিটোৰ বৰ্তমানৰ অৱস্থাক লৈ আশ্বস্ত নহয় স্থানীয় ৰাইজ ৷

ধেমাজিত মথাউৰি নিৰ্মাণত ব্যাপক বিসংগতি জলসম্পদ বিভাগৰ

অধিক পঢ়কঃ পাথৰিঘাটত বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক

মুঠ 1200 মিটাৰ দীঘলীয়া এছ ডি আৰ এফ শিতানত 2017-18 বৰ্ষত নিৰ্মাণ কৰা হৈছিল উক্ত মথাউৰিটো ৷ কিন্তু শেহতীয়াকৈ বাৰিষাৰ সময়ত বৰষুণৰ পানীত ঠায়ে ঠায়ে খহি গৈছে মথাউৰিটো ৷ ঠিকাদাৰে পিচিচি ব্লক পিটচিং আৰু এপ্ৰনসহ বি-টাইপ জিঅ' বেগ স্থাপন কৰিছে যদিও ভৰ বাৰিষা খৰস্ৰোতা ন-নদীৰ বাঢ়নী পানীয়ে এই সুৰক্ষা ব্যৱস্থা খহাই নিয়াৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে আঁচনিমতে মথাউৰিটো নিৰ্মাণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰেই মথাউৰিটো মেৰামতি কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

Intro:ধেমাজিৰ ন-নদী ডেৰ কোটি টকীয়া মথাউৰি ক লৈ আশ্বস্ত নহয় স্থানীয় ৰাইজ ।

Body:ধেমাজি , 29 মে : ধেমাজি জলসম্পদ সংমণ্ডলৰ অধীনত নিৰ্মিত ন-নদীৰ সোঁপাৰৰ ডেৰকোটি টকীয়া মথাউৰিক লৈ আশ্বস্ত নহয় স্থানীয় ৰাইজ । মুঠ 1200 শ মিটাৰ দৈৰ্ঘ্যৰ এচ ডি আৰ এফ শিতানৰ 2017-18 বৰ্ষত নিৰ্মাণ হোৱা মথাউৰিটো বাৰিষাৰ পূৰ্বে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও শেহতী য়াকৈ বৰষুষণৰ পানীয়ে ঠায়ে ঠায়ে খহাবলৈ আৰম্ভ কৰিছে । ঠিকাদাৰে পি চি চি ব্লক পিটচিং আৰু এপ্ৰনসহ বি - টাইপ জিউ বেগ স্থাপন কৰিছে যদিও ভৰবাৰিষা খৰস্ৰোতা ন-নদীৰ বাঢ়নী পানীয়ে এই সুৰক্ষা ব্যৱস্থা খহাই নিয়াৰ আশংকা কৰিছে ৰাইজে । তদুপৰি আঁচনি মতে নিৰ্মাণ নকৰা বুলি অভিযোগ উত্থাপন কৰি ভৰবাৰিষাৰ পূৰ্বেই মথাউৰিটো বিধবস্ত অংশবোৰ মেৰামতি কৰি দিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ।

byte....1..&_2

Pradunya Bharali , Dhemaji , Assam , 29/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.