ETV Bharat / state

কংগ্ৰেছে হেৰুৱাইছে নৈতিক অধিকাৰ : বিজেপি নেতা লক্ষ্য কোঁৱৰ

author img

By

Published : Sep 10, 2020, 8:41 AM IST

উন্নয়নমূলক আচঁনিক লৈ চৰকাৰক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ দলে হেৰুৱাই পেলাইছে নৈতিক অধিকাৰ ৷ বুধবাৰে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ভাৰতীয় জনতা দলৰ অসম প্ৰদেশ সমিতিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে কলে এইদৰে ৷

dhemaji_bjp_pressmeet
কংগ্ৰেছে হেৰুৱাইছে নৈতিক অধিকাৰ : বিজেপি নেতা লক্ষ্য কোঁৱৰ

ধেমাজি,10ছেপ্টেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ । শাসকীয় দল বিজেপিয়ে বিৰোধী কংগ্ৰেছলৈ বুলি আৰম্ভ কৰিছে তীব্ৰ বাক্যবান ৷ উন্নয়নমূলক আচঁনিক লৈ চৰকাৰক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ দলে হেৰুৱাই পেলাইছে নৈতিক অধিকাৰ ৷ ভাৰতীয় জনতা দলৰ অসম প্ৰদেশ সমিতিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে বুধবাৰে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কলে

বিজেপি চৰকাৰে যেনেদৰে এহেজাৰ কিলোমিটাৰ গ্ৰাম্য পথ ,এহেজাৰ খন পকী দলং নিৰ্মাণ, পাঁচলাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে ,সেইদৰে অসমৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে । শাসনাধীন চৰকাৰখনে এক লাখ খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ লক্ষ্য স্থিৰ কৰি ইতিমধ্যে ৫০% লোকক ভূমিপট্টা প্ৰদান কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে মুখপাত্ৰ গৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে : আজি আনুষ্ঠানিকভাৱে IAF ত সংযোজিত হ'ব ৰাফেল এয়াৰক্ৰাফ্ট

আনহাতে,অসম সাহিত্য সভালৈ দহ কোটি , বড়ো সাহিত্য সভালৈ 6কোটি আৰু 20 খনকৈ জনগোষ্ঠীয় সাহিত্য সভালৈ তিনি কোটি টকাৰ আৰ্থিক অনুদান আগঢ়োৱা আদিকে ধৰি আন বহু চৰকাৰী উন্নয়নমূলক আঁচনিৰ কথাও সংবাদমেলত উল্লেখ কৰে ভাৰতীয় জনতা দলৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.