ETV Bharat / state

অতীত হ'ল ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট - নষ্টালজিক

জনসমুদ্ৰত পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট, ঘাটটোত ফটো তোলাত ব্যস্ত হৈ পৰিছে ঘাট পৰিদৰ্শন কৰিবলৈ অহা লোকসকল, কিন্তু কিয় ??

জনসমুদ্ৰত পৰিণত ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট
author img

By

Published : Jun 14, 2019, 7:15 PM IST

Updated : Jun 14, 2019, 7:33 PM IST

ধেমাজি,১৪জুন: জনসমুদ্ৰত পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট । কোনোৱে যদি ঘাটটোত ফটো উঠি আমেজ লৈছে,কোনোৱে আকৌ ফেৰীত উঠি স্মৃতি ৰোমণ্ঠন কৰিছে ।

জনসমুদ্ৰত পৰিণত ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট

উল্লেখ্য যে,বগীবিল দলঙৰে যাতায়ত ব্যৱস্থা আৰম্ভ হোৱাৰ পাছতেই বন্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাটৰ ফেৰী সেৱা। এই ফেৰী সেৱা বন্ধ হৈ পৰাৰ ফলত উদং হৈ পৰে মহাবাহুৰ বুকু। ঘাটটোত নাই কোনো ফেৰীৰ শব্দ। মাত্ৰ দুই-এখন ফেৰী থকা এই ঘাটটোত অতীত ৰোমণ্ঠন কৰিবলৈ এতিয়া ভীৰ কৰিছেহি বহু লোকে । নষ্টালজিক হৈ পৰা ঘাটৰ স্মৃতি বিচাৰি বহুজনে আকৌ বগীবিল দলঙৰ তলত সমবেত হৈ চেলফিও উঠিছে।

Intro:বগীবিল দলংৰ তলত এৰি অহাৰ বাটৰ সন্ধান ত বহুজনে ,.....।

Body: ধেমাজি , 14, জুন : ঐতিহাসিক বগীবিল দলং প্ৰত্যক্ষ কৰাৰ বাবে অব্যাহত আছে ভিন্ন প্ৰান্তৰ লোক । পিছে এইবাৰ ব্যতিক্ৰম ৰূপত দেখা গৈছে বহু দলংপ্ৰত্যক্ষ কৰিবলৈ অহা লোকক । কাৰণ দলঙৰ পৰিৱৰ্তে এইসকলে ব্ৰহ্মপুত্ৰৰ কাৰে বালি চাপৰি ঘাটতহে ফটো তোলাত ব্যস্ত । কোনো কোনোৱে যাত্ৰীবিহীন ফেৰীৰ কাষত ৰৈ উঠিছে ফটো । উল্লেখ্য যে ঐতিহাসিক বগীবিল দলং হোৱাৰ পৰিপ্ৰেক্ষিতত চিৰদিনৰ বাবে বন্ধ হৈ গল ফেৰী সেৱা । চিৰদিনলৈ নিজম পৰিল ঘাটটোৰ ব্যস্ততাময় পৰিবেশ । সেয়ে জেঠ -আহাৰ মহীয়া ও উদং মহাবাহুৰ বুকু । নাই ফেৰীৰ ধ্প ধ্প শব্দ । কেৱল ঘাটটোৰ স্মৃতি হিচাপে আছেগৈ মাত্ৰ দুই এখন ফেৰী । পিছে অতীতে ৰিঙিয়াই । সেয়ে নষ্টালজিক হৈ পৰা ঘাটৰ স্মৃতি বিচাৰি বহুজনে বগীবিল দলংৰ তলত সমবেত হৈ লৈছে চেলফি অথবা ফটো । সকলোৱে যেন এৰি অহাৰ বাটৰ সন্ধানত নামি পৰিছে । byte... pradunya Bharali , Dhemaji , Assam , 14/6/2019

Conclusion:
Last Updated : Jun 14, 2019, 7:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.