ETV Bharat / state

ধেমাজিৰ কপাহতলীত প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ - etv bharat

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইয়ে অবৈধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি অভিযোগ উত্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ৷

etv bharat
author img

By

Published : Apr 8, 2019, 8:38 PM IST

ধেমাজী, 8 এপ্ৰিলঃ দেওবাৰে নিশা দক্ষিণ ধেমাজিৰ কপাহতলী অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ ৷ উক্ত সভাতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে প্ৰায় বিশ জনৰো অধিক লোক ৷ সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ আঁচনিসমূহ বিষয়ে পুনৰবাৰ ৰাইজৰ মাজত লৈ যোৱাৰ লগতে বিৰোধী প্ৰাৰ্থী অনিল বৰগোহাঁইৰ বিৰুদ্ধেও সমালোচনামুখৰ হৈ পৰিল বিজেপিৰ প্ৰাৰ্থীগৰাকী ৷

ধেমাজিৰ কপাহতলীত প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ বিৰুদ্ধে প্ৰদান বৰুৱাৰ অভিযোগ ৰেলৱে ঠিকাদাৰ হিচাপে কৰ্মৰত অনিল বৰগোঁহাই ৷ বিজেপি দলে মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপযুক্ত নথি-পত্ৰ দেখুওৱাব নোৱাৰাৰ বাবই মনোনয়ন নাকচ নহ’ল প্ৰাৰ্থীগৰাকী ৷ কিন্তু বৰ্তমান উপযুক্ত নথি-পত্ৰ তেওঁলোকৰ হাতত আহি পৰিছে বুলিও প্ৰকাশ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে কয়, অনিল বৰগোঁহাই যদিও নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ’লে সেইয়া অবৈধ হ’ব ৷

Intro:নিৰ্বাচন খেলিলেও অনিল বৰগোঁহাইৰ মনোনয়ন অবৈধ ই হব । কোনে কলে ।

নিশা বিজেপি ৰ নিৰ্বাচনী সভাত ককাঁল ভাঙি ভাঙি কোনে নাচিলে

Body:ধেমাজি , ৭, এপ্ৰিল : আনিল বৰগোঁহাইৰ মনোনয়নপত্ৰ বিৰুদ্ধে অনা তেওঁৰ অভিযোগ সত্য । অফিচিয়েলি কাগজ দিব নোৱাৰা বাবে মনোনয়নপত্ৰ কেনচেল নহল ।ইয়াৰ পিছতো তেওঁৰ মনোনয়নপত্ৰ কেনচেল হব তাত কোনো সন্দেহ নাই । তেওঁলোকৰ অভিযোগ আছিল অনিল বৰগোঁহাই ৰেলৱে ঠিকাদাৰ ।এশ শতাংশ ই অনিল বৰগোঁহাই ৰেলৱে ঠিকাদাৰ । ইতিমধ্যে অফিচিয়েলি কাগজ তেওঁলোকৰ হাতত আছে । সেয়ে নিৰ্বাচন খেলিলেও অনিল বৰগোঁহাইৰ নমিনেচন অবৈধ ই হব - এই অভিযোগ লক্ষীমপুৰ লোক,সভাৰ
সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ । ৰবিবাৰে নিশা দক্ষিণ ধেমাজিৰ কপাহতলী অঞ্চলত বিজেপিৰ দলৰ এখন নি্ৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ সা্ংবাদিকৰ কেমেৰাৰ আগত বাক্ যুদ্ধৰে এনেদৰে আক্ৰমণ কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোঁহাইক ।

byte.. candidate .bjp

তদুপৰি বিভিন্ন চৰকাৰৰ অভিলাষী আচঁনিৰ সন্দৰ্ভত ৰাইজৰ আগত দাঙি ধৰি বিৰোধীক পৰাভূত
কৰি মোদী ডাঙৰীয়া পুনৰ প্ৰধানমন্ত্ৰী হব বুলি কৈ ৰাইজৰ সহযোগিতা বিচাৰে প্ৰাৰ্থী গৰাকীয়ে ।
speech...candidate. bjp

সভাত অঞ্চলটোৰ বিশ জনৰো অধিক লোক বিজেপি ৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।ইয়াৰে কেইবাজন কংগ্ৰেছ দলৰ কৰ্মী ।

মন কৰিবলগীয়া যে নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতেই মাইক্ৰফোন হাতত লৈ লৃগাঙৰ গীত গাই ভোটাৰ ৰাইজক আকৃষ্ট কৰা পৰিলক্ষিত হয় মাছখোৱা জিলা পৰিষদৰ সদস্যাগৰাকীয়ে । লগে লগে ককাঁল ভাঙি ভাঙি নাচি আনন্দত মতলীয়া হৈ পৰে বিজেপি কৰ্মীসকলে ।

Pradunya Bharali . Dhemaji .Assam. 7/4/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.