ETV Bharat / state

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

author img

By

Published : Oct 17, 2019, 6:53 PM IST

ধেমাজিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

ধেমাজি,১৭ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত পুনৰ উত্তাল হোৱাৰ দিশে ৰাজ্য ৷ বৃহস্পতিবাৰে ধেমাজি সদৰত কাছাৰী ময়দানৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ দালালি নচলিব, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবই লাগিব, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি উদাত্ত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰে পৰিৱেশ ৷

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাৱীত ধেমাজিত যুৱ ছাত্ৰৰ ধ্‌ণা’Body:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাৱীত ধেমাজিত যুৱ ছাত্ৰৰ ধ্‌ণা’ ৷

ধেমাজি , ১৭ অক্টোবৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত পুণৰ উত্তাল হোৱাৰ দিশে ৰাজ্য ৷ বৃহস্পতিবাৰে ধেমাজি সদৰত কাছাৰী ময়দানৰ সন্মুখত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ সমিতি প্ৰতিবাদীসকলে বিজেপি চৰকাৰ দালাল নচলিব , নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবই লাগিব , মুখ্যমন্ত্ৰী সবা’নন্দ সোণোৱাল মুদা’বাদ আদি উদাত্ত চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰে পৰিৱেশ ৷

Byte. bishnu sarma , secy. dist. Ajycp

Pradunya Bharali , Dhemaji , Asssm , 17/10/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.