ETV Bharat / state

ধেমাজিত বন বিভাগৰ আশীষপুষ্ট বন মাফিয়া ! - assam news

বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাৱত যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে সংবাদমেল সম্বোধন কৰি বন বিভাগৰ ছত্ৰ-ছায়াত বন মাফিয়াসকলে সোৱণশিৰি বুকুত লুণ্ঠন অব্যাহত ৰাখি নদীখনৰ জীৱকূল আৰু সোৱণশিৰি দাতিকাষৰীয়া বনাঞ্চললৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ উত্থাপন কৰে

সংশ্লিষ্ট বিভাগৰ ছত্ৰ-ছায়াত বন মাফিয়া!
author img

By

Published : Jun 28, 2019, 11:40 AM IST

Updated : Jun 28, 2019, 1:20 PM IST

ধেমাজি, 28 জুন : ধেমাজিৰ বন বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ ছত্ৰ-ছায়াত সোৱণশিৰিৰ বুকুত অবৈধভাৱে অসাধু চক্ৰই বনজ সম্পদ লুণ্ঠন কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰৰ পৰিষদ । বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাৱত যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে সংবাদমেল সম্বোধন কৰি সংশ্লিষ্ট বিভাগৰ ছত্ৰ-ছায়াত বন মাফিয়াসকলে সোৱণশিৰি বুকুত লুণ্ঠন অব্যাহত ৰাখি নদীখনৰ জীৱকূল আৰু সোৱণশিৰি দাতিকাষৰীয়া বণাঞ্চললৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ উত্থাপন কৰে ৷ লগতে এই দুস্কাৰ্যৰ লগত জড়িত ক্ৰমে সুগ্ৰীৱ ভাৰতী, প্ৰদীপ দাস, ৰৌচন ক্ৰৌবা, মনোজ দিহিঙীয়া, ভুৰাম দত্ত, কনুজ চুতীয়া, তীথেশ্বৰ সোণোৱাল, জয়চৰণ বসুমতাৰী, জীতেন কলিতা, ভৱানন্দ দলে, সূৰ্য কোঁৱৰ, ধনীয়া মিলি, অদেশ তিৱাৰীকে ধৰি মুঠ 17 গৰাকীক বনদস্যু বুলি অভিহিত কৰি তেওঁলোকৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু কৰে ৷ লগতে এই 17 গৰাকীক অচিৰেই গ্ৰেপ্তাৰ কৰি শাস্তিৰ দাবী তোলে য়ুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ।

সংশ্লিষ্ট বিভাগৰ ছত্ৰ-ছায়াত বন মাফিয়া!

আনহাতে, অসাধু চক্ৰটোৱে প্ৰায় আঢ়ৈলাখ চিএম শিল-বালি সোৱণশিৰিৰ নদীৰ পাৰত অবৈধভাৱে ৰখাৰ উপৰিও বিভিন্ন স্থানত কৌশলেৰে ৰখাৰ অভিযোগ যুৱ ছাত্ৰৰ ৷ সংগঠনটোৱে অৱগত কৰা অনুসৰি, ভূমি সংৰক্ষণ বিভাগৰো বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰি আহিছে । ইতিমধ্যে বন বিভাগৰ পৰা চল্লিশটা গোচৰ ৰুজু কৰিছে আৰু দহ জনৰ private Land Mining ৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে বন বিভাগে ।

ইপিনে সমগ্ৰ বিষয়টো অনুসন্ধানৰ বাবে ইতিমধ্যে চাৰিজনীয়া তদন্ত সমিতিক গঠনকলৈও আশ্বস্ত নহয় যুৱ ছাত্ৰ পৰিষদ । সেয়ে মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ তদন্তৰ দাবী তুলিছে সংগঠনটোৱে ।

Intro: ধেমাজিত বন মাফিয়াৰ বিৰুদ্ধে সৰৱ যুৱ- ছাত্রৰ ।১৭ জনৰ বিৰুদ্ধে গোচৰ ৰুজু ।

Body:ধেমাজি , 27 , জুন : ধেমাজি জিলাত বন বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ ছত্ৰ ছায়াত সোৱণশিৰি বুকুত অবৈধভাৱে অসাধু চক্ৰ ই বনজ সম্পদ লুণ্ঠন কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰৰ পৰিষদ । এই সন্দৰ্ভত বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাৱত যুৱ ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এক সংবাদ মেল আয়োজন কৰি সংশ্লিষ্ট বিভাগৰ ছত্ৰ - ছায়াত বন মাফিয়াসকলে সোৱণশিৰি বুকুত লুণ্ঠন অব্যাহত ৰাখি নদীখনৰ জীৱকূল আৰু সোৱণশিৰি দাতিকাষৰীয়া বণাঞ্চললৈ তীব্ৰ ভাবুকি ক ঢ়িয়াই অনা বুলি অভিযোগ তুলি সংবাদমেল যোগে সদৰী কৰে ।সংগঠনটোৰ অভিযোগ মতে এই দুস্কাৰ্যত জড়িত ক্ৰমে সুগ্ৰীৱ ভাৰতী , প্ৰদীপ দাস , ৰৌচন ক্ৰৌবা , মনোজ দিহিঙীয়া , ভুৰাম দত্ত , কনুজ চুতীয়া , তীথেশ্বৰ সোণোৱাল , জয়চৰণ বসুমতাৰী , জীতেন কলিতা , ভৱানন্দ দলে , সূৰ্য কোঁৱৰ , ধনীয়া মিলি , অদেশ তিৱাৰী , কে ধৰি মুঠ ১৭ গৰাকী বনদস্য বুলি অভিহিত কৰি তেওঁলোকৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ তৰা বুলি সংবাদ মেল যোগে ব্যক্ত কৰে ।লগতে এই ১৭ গৰাকীক অচিৰেই গ্ৰেপ্তাৰ কৰি শাস্তিৰ দাবী তোলে য়ূৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ।

তদুপৰি অসাধু চক্ৰটোৱে প্ৰায় আঢ়ৈলাখ CM শিল বালি সোৱণশিৰিৰ নদীৰ পাৰত অবৈধভাৱে ৰখাৰ উপৰি ও বিভিন্ন স্থানত কৌশলেৰে ৰখাৰ অভিযোগ যুৱ ছাত্ৰৰ ।,সংগঠনটোৱে অৱগত কৰা মতে ভূমি সংৰক্ষণ বিভাগৰো বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰি আহিছে ।ইতিমধ্যে বন বিভাগৰ পৰা চল্লিশটা গোচৰ ৰুজু কৰিছে আৰু দহ জনৰ private Land Mining ৰ licence বাতিল কৰিছে বন বিভাগে ।

byte.....1 +2...

Conclusion:

ইপিনে সমগ্র বিষয়টো অনুসন্ধানৰ বাবে ইতিমধ্যে
চাৰিজনীয়া তদন্ত সমিতিক গঠনকলৈ ও আশ্বস্ত নহয় যুৱ ছাত্ৰ পৰিষদ । সেয়ে মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ তদন্তৰ দাবী তুলিছে সংগঠনটোৱে ।

pradunya Bharali , Dhemaji , Assam , 27/6/2019
Last Updated : Jun 28, 2019, 1:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.