ETV Bharat / state

ধেমাজিত অসম জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Jan 22, 2021, 8:26 AM IST

প্ৰতিবাদীসকলে হাতে হাতে বেনাৰ , প্লে কাড’ লৈ লাইকা দধীয়া দূগ’ত ৰাইজক পুনৰসংস্থাপিত কৰা, বান গৰাখহনীয়া ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন প্ৰদান কৰা, ভূমিহীন লোকক ভূমি আৰু পট্টা প্ৰদান কৰাৰ লগতে হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাাৰ দাবী জনায় ৷

ধেমাজিত অসম জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী
ধেমাজিত অসম জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

ধেমাজি,22জানুৱাৰীঃ কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদ ধেমাজি জিলা কমিটিৰ উদ্যোগত ধেমাজি সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদীসকলে হাতে হাতে বেনাৰ , প্লে কাড’ লৈ লাইকা দধীয়া দূগ’ত ৰাইজক পুনৰসংস্থাপিত কৰা, বান গৰাখহনীয়া ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন প্ৰদান কৰা, ভূমিহীন লোকক ভূমি আৰু পট্টা প্ৰদান কৰাৰ লগতে হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাাৰ দাবীত জিলা কাৰ্যালয়ৰ পৰা নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীকে ধৰি জিলা পযাৰ্য়ৰ বিষয় ববীয়া আৰু দলীয় কৰ্মী সকলে ৷

লগতে পঢ়কঃ বিজেপি প্ৰাৰ্থীৰ হাতলৈ যাব নেকি কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ পাঁচোটা সমষ্টি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.