ETV Bharat / state

জোনাইত ৰে'লৰ চেপাত এজনৰ মৃত্যু

যোৱা নিশা চিলাপথাৰ আৰক্ষী চকী অন্তৰ্গত ৰায়াং দলঙৰ সমীপত এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ৷ মূৰকংচেলেকৰ পৰা গুৱাহাটী অভিমূখি কামাখ্যা এস্কপ্ৰেচৰ খুন্দাত নিহত হয় এজন যুৱকৰ ৷

author img

By

Published : Feb 3, 2021, 5:23 PM IST

death-of-one-of-the-people-in-jonai
জোনাইত ৰে'লৰ চেপাত এজনৰ মৃত্যু

জোনাই, ৩ ফেব্ৰুৱাৰী : যোৱা নিশা চিলাপথাৰ আৰক্ষী চকী অন্তৰ্গত ৰায়াং দলঙৰ সমীপত এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ৷ মূৰকংচেলেকৰ পৰা গুৱাহাটী অভিমূখি কামাখ্যা এস্কপ্ৰেচৰ খুন্দাত নিহত হয় এজন যুৱকৰ ৷

যুৱকজন লখি নেপালী বস্তিৰ তথা জোনাইৰ নিবাসী ৰাম বাহাদুৰ চেত্ৰীৰ পুত্ৰ গনেশ ছেত্ৰী জানিবলৈ দিছে স্থানীয় লোকে ৷ যুৱক জনৰ বয়স 25 বছৰ ৷

উল্লেখ্য যে, ঘটনা স্থলিত GRPৰ দল উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি মৰোণত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.