ETV Bharat / state

পুৱাই উদ্ধাৰ সদ্যোজাতৰ মৃতদেহ

ধেমাজিত উদ্ধাৰ হৈছে এক সদ্যোজাতৰ মৃতদেহ ৷ জিলাখনৰ মাজেৰে যোৱা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাই নদীৰ দলঙৰ সমীপত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

Deadbody of a new born baby recovered at dhemaji assam etv bharat news
সদ্যোজাতৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 15, 2020, 1:31 PM IST

ধেমাজি,১৫ জুন: কৰ’ণাৰ আতংকৰ মাজতে এক হৃদয়বিদাৰক ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ধেমাজিত ৷ জিলাখনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে যোৱা গাইনদীৰ দলঙৰ সমীপত উদ্ধাৰ হৈছে এটি সদ্যোজাতৰ মৃতদেহ ৷ মৃতদেহটো এটা টোপোলা কৰি পলিথিনেৰে মেৰিয়াই পেলাই ৰখা অৱস্থাত সোমবাৰে পুৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ততালিকে উপস্থিত ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি কোনো যুৱতীয়ে অবৈধ মাতৃত্বৰ বোজা কঢ়িয়াব নোৱাৰি মুখলজ্জাৰ পৰা সাৰিবলৈ এনেদৰে শিশুটি পেলাই থৈ যায় ৷

লগতে চাওকঃ গোৰেশ্বৰত গণ সংক্ৰমনৰ দিশে কৰ'ণা, ই-ৰিক্সাই মাতিছে বিপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.