ETV Bharat / state

১৪ হাজাৰ কিলোমিটাৰ পথ চাইকেল চলাই ধেমাজিত উপস্থিত উত্তৰ প্ৰদেশৰ যুৱতী - EtvBharatAssam

মহিলা সুৰক্ষা আৰু গীণিজ বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্য লৈ সুদুৰ দিল্লীৰ পৰা চাইকেল চলাই আহি অসমত উপস্থিত হৈছে এগৰাকী উচ্চ শিক্ষিতা যুৱতী ৷ অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা 35 বছৰীয়া এইগৰাকী যুৱতীৰ নাম কুমাৰী জ্যোতি ৰংগালা ৷

কুমাৰী জ্য়োতি ৰংগালা
author img

By

Published : Jun 11, 2019, 12:35 PM IST

ধেমাজি,11 জুনঃ নাৰী সুৰক্ষাৰ বাণী লৈ সুদূৰ অন্ধপ্ৰদেশৰ পৰা চাইকেল লৈ ওলাই আহিছে এগৰাকী যুৱতী ৷ অসমত পদাৰ্পণ কৰা এইগৰাকী যুৱতী হৈছে ৩৫ বছৰীয়া কুমাৰী জ্যোতি ৰংগালা ৷

অধিক পঢ়কঃ ইটিভি ভাৰতৰ প্ৰভাৱঃ নলবাৰীত নাটকীয়ভাৱে তৎপৰ গড়কাপ্তানি বিভাগ

সোমবাৰে সন্ধিয়া ধেমাজিত উপস্থিত হোৱা যুৱতীগৰাকীক ধেমাজি প্ৰেছ ক্লাৱৰ সদস্যসকলে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নিশা ধেমাজিত কটাই মঙলবাৰে পুৱাই জোনাই অভিমুখে যাত্ৰা কৰে যুৱতীগৰাকীয়ে ৷

কুমাৰী জ্য়োতি ৰংগালা

গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্যৰে আৰু সমগ্ৰ ভাৰতবৰ্ষত মহিলাসকলৰ সুৰক্ষাৰ দিশটোৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্য যুৱতীগৰাকীয়ে এই যাত্ৰা কৰিছে বুলি জানিবলৈ দিয়ে । মুঠ ৩০ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য বান্ধি লোৱা যুৱতীগৰাকীয়ে ইতিমধ্যে ১৪হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে । ইফালে অসমৰ জলবায়ু,সংস্কৃতি আৰু আতিথ্যক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে।

Intro: নাৰী সাহস আৰু সুৰক্ষিত হৈ থকা বাণী লৈ অন্ধ প্ৰদেশৰ পৰা বাইচাইকেলেৰে ধেমাজিত পদাৰ্পন এগৰাকী যুৱতী ।

Body:ধেমাজি , 11 ,জুন : নাৰীৰ দু:সাহ আৰু সুৰক্ষিত হোৱা বাণী লৈ সুদূৰ অন্ধপ্ৰদেশৰ পৰা বাইচাকেলেৰে আহি অসমত পদাৰ্পন কৰা কুমাৰী জ্যোতি ৰংগালা নামৰ ৩৫ বছৰীয়া যুৱতীগৰাকীয়ে সোমবাৰে সন্ধিয়া ধেমাজিত উপস্থিত হোৱাৰ পিছত মংগলবাৰে পুৱা জোনাই অভিমুখে যাত্ৰা কৰে । ইয়াৰ পূৰ্বে ধেমাজি প্ৰছ ক্লাৱৰ সদস্যসকলে দু:সাহসী যুৱতী গৰাকীক একোখন ফুলাম গামোছাৰে আদৰণি জনাই ।
উল্লেখ্য যে গ্ৰিনিজ ৱল্ড ৰেকৰ্ডচ কৰাৰ লক্ষ্যৰে আৰু সমগ্ৰ ভাৰতবৰ্ষত মহিলাসকল সম্পূৰ্ণ সুৰক্ষাৰ দিশটোৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্য এই দু:সাহসিক যাত্ৰা অকলেই অব্যাহত ৰাখিছে । মুঠ ৩০,০০০ হাজাৰ কি:মি :পথ অতিক্ৰম কৰা লক্ষ্য বান্ধি লোৱা যুৱতীগৰাকীয়ে ইতিমধ্যে ১৪০০০ হাজাৰ কি:মি: পথ অতিক্ৰম কৰিছে । ইফালে অসমৰ জলবায়ু , সংস্কৃতি ,
আতিৰ্থ্যক লৈ সন্তুষ্টি প্ৰকাশ কৰিলে যুৱতীগৰাকীয়ে ।

byte....cyclist

Pradunya Bharali , Dhemaji , Assam , 11/6/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.