ETV Bharat / state

ধেমাজিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ

author img

By

Published : Nov 10, 2020, 9:48 PM IST

মঙলবাৰে উত্তাল হৈ পৰে ধেমাজিৰ ৰাজপথ ৷ ধেমাজিৰ শ্ৰম বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।

Construction Workers Union's Protest in Dhemaji
ধেমাজিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ

ধেমাজি,10নৱেম্বৰঃ মঙলবাৰে উত্তাল হৈ পৰে ধেমাজি চহৰৰ ৰাজপথ ৷ ধেমাজিৰ শ্ৰম বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।

তদুপৰি নিৰ্মাণ শ্ৰমিকৰ অধিকাৰ ৰক্ষা কৰা আৰু পঞ্জীয়নৰ ক্ষেত্ৰত চলি থকা অনিয়ম বন্ধ কৰাৰ দাবীত ৰূপায়ণ কৰা শ্ৰমিক বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ শ শ্ৰমিকে । ইয়াৰ উপৰি প্ৰতিবাদৰ অন্তত ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে শ্ৰম আয়ুক্তলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।

লগতে পঢ়কঃডিফুৰ ৰাংছিনা ভৱনত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.