ETV Bharat / state

ধেমাজীৰ বোমা বিস্ফোৰণৰ ছহিদসকললৈ আছুৰ শ্ৰদ্ধাঞ্জলী

author img

By

Published : Aug 17, 2019, 4:34 AM IST

সন্ত্ৰাসবাদ নিপাত যাওঁক ধ্বনিৰে মুখৰিত ছহীদ স্তম্ভৰ বাকৰি ৷ 2004 চনত ধেমাজিত বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতি শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন কৰি ছহিদলসকললৈ শ্ৰদ্ধাঞ্জলী আছুৰ ৷

dhemaji bomb blast news

ধেমাজি, ১৭ আগষ্টঃ দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজীত সংঘটিত বোমা বিস্ফোৰণ কাণ্ডত নিহতসকললৈ শ্ৰদ্ধাঞ্জলী সদৌ অসম ছাত্ৰ সন্থাৰ । শুকুৰবাৰে সন্ধিয়া নিহতসকলৰ স্মৃতিত ছহিদ স্তম্ভৰ প্ৰতিমুৰ্ত্তিত বন্তী প্ৰজ্বালন কৰি নিহতসকলৰ আত্মাৰ শান্তিৰ হকে প্ৰাৰ্থনা কৰে সংগঠনটোৱে । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰে ধেমাজী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে স্থানীয় লোকসকলে । প্ৰতিবছৰে ১৬ আগষ্ট দিনটোত এইদৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হোৱাৰ সংকল্প লৈ আহিছে ধেমাজী বাসীয়ে ।

ধেমাজীৰ বোমা বিস্ফোৰণৰ ছহিদসকললৈ আছুৰ শ্ৰদ্ধাঞ্জলী

২০০৪ চনত দেশৰ ৫৮তম্ স্বাধীনতা দিৱসত ধেমাজিত সংঘটিত হৈছিল দেশ কপাঁই যোৱা সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ড । সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছিল দহোটি কন কন দেৱশিশু আৰু তিনিগৰাকীকৈ মহিলাৰ ৷ লগতে, গুৰুত্বভাৱে আহত হৈছিল প্ৰায় ২১ গৰাকীকৈ লোক ৷ ইফালে, শেহতীয়াকৈ ন্যায়ালয় ঘোষণা কৰা ৰায়দানক লৈ সংগঠনটোৰ প্ৰতিক্ৰিয়া, ৰায়দানক লৈ আশ্বস্ত নহয় আছু ৷ এই ঘটনাৰ বাবে CBI তদন্তৰ প্ৰয়োজন ৷ এই ঘটনাৰ লগত যদি কোনো উচ্চ পৰ্যায়ৰ লোক জড়িত আছে উচ্চস্তৰীয় তদন্তৰ দ্বাৰা প্ৰতিগৰাকী দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা দাবী জনায় সংগঠনটোৱে।

Intro:সন্ত্ৰাসবাদ নিপাত যাওক ধৱনিৰে মুখৰিত ছহীদ স্তম্ভৰ বাকৰি ৷

ধেমাজি ত 2004 চনৰ বোমা বিস্ফোৰণত নিহত স্মৃতিৰ শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন আছুৰ ৷

Body:সন্ত্ৰাসবাদ নিপাত যাওক ধৱনিৰে মুখৰিত ছহীদ স্তম্ভৰ বাকৰি ৷

ধেমাজি ত 2004 চনৰ বোমা বিস্ফোৰণত নিহত স্মৃতিৰ ছহীদ স্তম্ভত বন্তি প্ৰজ্বলন আছুৰ ৷

ধেমাজি , ১৬ আগষ্ট : দেশ কপাঁই যোৱা ২০০৪ চনৰ ১৫ আগষ্টৰ দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজিত সন্ত্ৰাসবাদীয়ে বব’ৰভাৱে হত্যা কৰিছিল দহ টি কন কন শিশু আৰু তিনিগৰাকীকৈ মহিলা ক ৷ লগতে গুৰুত্বভাৱে আহত হৈছিল ২১ গৰাকী লোক ৷ঘৰৰ পৰা স্বাধীনতা দিবসলৈ বুলি পুৱাই হাহিঁ হাঁহি ওলাই অহা দহটি শিশু নিমিষতে ধুলি আৰু ছাইৰ সৈতে মিলি গৈছিল ৷ মুহুততে ৰক্তাত্ত হৈ পৰিছিল ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ড ৷আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি সন্ত্ৰাসবাদ বিৰোধীতাৰে ধাৰাবাহিক প্ৰতিবাদৰ জোৱাঁৰ উঠিছিল ৷ ঘটনাৰ প্ৰতিবা দত ১৬ আগষ্ট দিনটো আছুৱে ১২ ঘন্টীয়া ধেমাজি জিলা বন্ধ ঘোষনা কৰিছিল ৷

আজি শোক দিৱসত সন্ধিয়া ধেমাজি মহাবিদ্যালয়ৰ আছুৰ দ্বাৰা নিমান কৰি উলিওৱা নিহতসকলৰ স্মৃতিত ছহীদ স্তম্ভৰ প্ৰতিমুতিত পূব’ৰ দৰে বন্তি প্ৰজ্বালন কৰি নিহতসকলৰ আত্মাৰ শান্তিৰ হকে প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জনালে মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী শিক্ষক তথা ধেমাজি নাগৰিকে ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোৱে এক্যবদ্ধ হোৱাৰ সংকল্প লৈ আহিছে আজিৰ এই বিশেষ দিনটোত সকলোৱে ৷ সকলোৱ একেমুখে সন্ত্ৰাসবাদক ধিক্কাৰ দি ছহীদ সকল অমৰ হওক , সন্ত্ৰাসবাদ নিপাত যাওক ধৱনিৰে মুখৰিত হৈ পৰে নিশা ছহীদ স্তম্‌ভৰ বাকৰি ৷

Conclusion:
ইপিনে আছুৰ দাৱী : শেহতীয়াকৈ ন্যায়ালয়ৰ ৰায়দানক লৈ আশ্বস্ত হব পৰা নাই ৷এই ঘটনা CBI দ্বাৰা তদন্ত কৰা প্ৰয়োজন ৷ ইয়াৰ দ্বাৰা উচ্চস্তৰীয় তদন্ত কৰি আন কোনোবা দোষী। ব্যক্তি আছে তেন্তে উচ্চ পযায়ৰ তদন্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

BYTE,.

PRADUNYA BHARALI , DHEMAJI , ASSAM , 16/8/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.