ETV Bharat / state

লাখটকীয়াত লাখৰ সপোন কাৰ ?

author img

By

Published : Jun 14, 2019, 10:02 AM IST

Updated : Jun 14, 2019, 11:05 AM IST

পশ্চিম ধেমাজিৰ ঘুগুহাৰ লাখটকীয়া দলনি পথাৰত গোমধানৰ খেতিৰে কৃষি বিপ্লৱ সূচনা কৰিছে উদ্যমী কৃষকে । অঞ্চলটোৰ উদ্যমী যুৱক সুনীল গগৈৰ নেতৃত্বত বাৰগৰাকী যুৱকে মাটি লীজত লৈ গোমধানৰ খেতি কৰিছে ।

ETV BHARAT

ধেমাজি , 14, জুন : এসময়ত জীয়াঢলৰ প্ৰলংকৰী বানে চন পেলাই থৈ যোৱাৰ মাটিত ঠন ধৰি উঠিছে কৃষকৰ সেউজীয়া সপোন । পশ্চিম ধেমাজিৰ ঘুগুহাৰ লাখটকীয়া দলনি পথাৰত গোমধানৰ খেতিৰে কৃষি বিপ্লৱ সূচনা কৰিছে উদ্যমী কৃষকে । অঞ্চলটোৰ উদ্যমী যুৱক সুনীল গগৈৰ নেতৃত্বত বাৰগৰাকী যুৱকে মাটি লীজত লৈ গোমধানৰ খেতি কৰিছে । চল্লিশ বিঘা আবাদী ভূমিত গোমধানৰ খেতি কৰি এতিয়া প্ৰাপ্তিৰ আনন্দত উৎফুল্লিত হৈ পৰিছে কৃষকসকল । কিয়নো অতি সোনকালেই বজাৰলৈ উলিয়াই দিব এই পূৰঠ গোমধানসমুহ । কৃষক সুনীল গগৈয়ে জনোৱা মতে কৃষি বিভাগটোৱে ভাল সঁচ নিদিয়াৰ বাবে কম উৎপাদন হৈছে যদিও কম খৰচত অধিক উৎপাদন পাবলৈ সক্ষম হৈছে । পৰৱৰ্তী সময়ত 200 বিঘা ভূমিত এই খেতি কৰি লাভান্বাৱিত হোৱাৰ পৰিকল্পনা । সাম্প্ৰতিক সময়ত বহি:ৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলা নিবনুৱাসকলক ঘৰতে থাকি বতৰৰ খেতি কৰি সুন্দৰ উপাৰ্জনেৰে স্বাৱলম্বী হ’বলৈ আহ্বান জনালে আন এজন কৃষকে ৷

গোমধানৰ খেতিৰে সপোন ৰছিচে ধেমাজিৰ কৃষকে

Intro:ধেমাজিৰ লাখটকীয়া অঞ্চলত গোমধানৰ খেতিৰে লাখটকা সপোন দেখিছে কৃষকে ।উৎফুল্লিত কৃষক ।

Body:ধেমাজি , 14, জুন : এসময়ত জীয়াঢলৰ প্ৰলংকৰী বানে ছন পেলাই থৈ যোৱাৰ মাটিত ঠন ধৰি উঠিছে কৃষকৰ সেউজীয়া সপোন । পশ্চিম ধেমাজিৰ ঘুগুহাৰ লাখটকীয়া দলনি পথাৰত গোমধানৰ খেতিৰে কৃষি বিপ্লৱ সূচনা কৰিছে উদ্যমী কৃষকে । অঞ্চলটোৰ উদ্যমী যুৱক চুনীল গগৈৰ নেতৃত্বত বাৰগৰাকী যুৱকে আনৰ পৰা মাটি লীজত লৈ গোমধানৰ খেতি কৰিছে । চল্লিশ বিঘা আবাদী ভূমিত গোমধানৰ খেতি কৰি এতিয়া প্ৰাপ্তিৰ আনন্দত উৎফুল্লিত হৈ পৰিছে কৃষকসকল । কিয়নো অতি সোনকালেই বজাৰলৈ উলিয়াই দিব দিব এই পুৰঠ গোমধানসমুহ । কৃষক চুনীল গগৈয়ে জনোৱা মতে কৃষি বিভাগটোৱে ভাল সঁচ নিদিয়াৰ বাবে কম উৎপাদন হৈছে যদিও কম খৰচত অধিক উৎপাদন পাবলৈ সক্ষম হৈছে ।পৰৱৰ্তী সময়ত ২০০ বিঘা ভূমিত এই খেতি কৰি লাভান্বাৱিত হোৱাৰ পৰিকল্পনা ।---------byte..1

ইপিনে সাম্প্ৰতিক সময়ত বহি:ৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলা নিবনুৱাসকলক ঘৰতে থাকি বতৰৰ খেতি কৰি সুন্দৰ উপাৰ্জনেৰে স্বাৱলম্বী হবলৈ আহ্বান জনালে আন এজন কৃষকে -------byte...2

নি:সন্দেহে চুনীলহতৰ দৰে উদ্যমী কৃষকসকলৰ আদৰ্শ প্ৰশংসনীয় ।

pradunya Bharali , Dhemaji , Assam, 14/6/2019

Conclusion:
Last Updated : Jun 14, 2019, 11:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.