ETV Bharat / state

জোনাইত মিচিং ভাষাৰ আলোচনী আৰু কাব্য উন্মোচন - মিচিং ভাষা

শুকুৰবাৰে জোনাইৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱনত মিচিং আগম কৌবাঙৰ উদ্যোগত মিচিং ভাষাত এখনি আলোচনী আৰু কাব্য উন্মোচন ৷

জোনাইত মিচিং ভাষাৰ আলোচনী আৰু কাব্য উন্মোচন

author img

By

Published : Apr 3, 2021, 7:55 AM IST

জোনাই, 3 এপ্ৰিল: শুকুৰবাৰে জোনাইৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱনত মিচিং আগম কৌবাঙৰ উদ্যোগত মিচিং ভাষাত এখনি আলোচনী আৰু কাব্য উন্মোচন কৰা হয় ৷ শিক্ষক তথা জিলি আলোচনীখনৰ সম্পাদক দেবানন্দ পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা উন্মোচনী সভাখন সভাপতিত্বত কৰে শিক্ষক চেনিৰাম পাংগিঙে ৷

ইয়াৰ পিছতে জিলি নামৰ আলোচনীখন উন্মোচন কৰে মিচিং আগম কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক দিম্বেশ্বৰ দলে আৰু তুৰনামচৌ পংকাংকাং (অহাৰ জীৱন) কাব্য গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লিখক বিজয় বৰিয়ে ৷

শুকুৰবাৰৰ এই গ্ৰন্থ উন্মোচনী সভাত শিক্ষক সন্থাৰ সভাপতি লীলাকান্ত টায়ে, দিম্বেশ্বৰ দলে, মিচিং আগম কৌবাঙৰ প্ৰাক্তন উপ-সভাপতি হৰিনাৰায়ণ পেগু, নিলিমা টায়ে ৰেগন, বিনাপনী পেগু, তুলাদৈ টায়েং, হৰিশ দলে, সাংবাদিক ৰয়েল পেগু, মুনিন্দ্ৰ টায়ে অমিলতা মিলিৰ লগতে কেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই গ্ৰন্থ উন্মোচনী সভাতে মিচিং ভাষাত এক কবিতা পাঠ অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

লগতে পঢ়ক: ধন নিদিয়াৰ বাবে সৰুক্ষেত্ৰীত কাৰ্যালয় জ্বলাই দিলে অগপ কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.