ETV Bharat / state

জোনাইৰ চিমেন চাপৰিত ৰঙালী বিহুক আদৰিবলৈ বিহু নাচ-ঢােল বাদন কর্মশালা

author img

By

Published : Apr 8, 2021, 10:22 PM IST

অসমীয়াৰ বাপতিসাহােন ৰঙালী বিহুলৈ মাজত মাথাে কেইটামান দিন বাকী। ৰঙালী বিহুক আদৰিবলৈ সাজু প্রত্যেকজন অসমীয়া। অন্যান্য প্রান্তৰ লগতে জোনাইৰ বিভিন্ন প্রান্তত বিহু আখৰাৰে ৰঙালী বিহুক আদৰিবলৈ চলাইছে ব্যাপক প্রস্তুতি ।

জোনাই চিমেন চাপৰিত ৰঙালী বিহুক আদৰিবলৈ বিহু নাচ-ঢােল বাদন কর্মশালা

জোনাই, ৮ এপ্ৰিলঃ ৰাজ্যজুৰি প্ৰস্তুতি চলিছে ব’হাগ বিহুটিক আনন্দ উছাহৰ মাজেৰে আদৰি অনাৰ । ব’হাগ বিহুক কেন্দ্ৰ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰা অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ চিমেন চাপৰিত অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু ৷ ব’হাগ বিহুক কেন্দ্ৰ কৰি বিভিন্ন জনগোষ্ঠীৰে ভৰা জোনাই চিমেন চাপৰিত অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ দিনিয়াকৈ আয়োজন কৰা হৈছে এইবেলি বিহু ৷

জোনাইৰ চিমেন চাপৰিত ৰঙালী বিহুক আদৰিবলৈ বিহু নাচ-ঢােল বাদন কর্মশালা

অসমীয়াৰ বাপতিসাহােন ৰঙালী বিহুলৈ মাজত মাথাে কেইটামান দিন বাকী। ৰঙালী বিহুক আদৰিবলৈ সাজু প্রত্যেকজন অসমীয়া। অন্যান্য প্রান্তৰ লগতে জোনাইৰ বিভিন্ন প্রান্তত বিহু আখৰাৰে ৰঙালী বিহুক আদৰিবলৈ চলাইছে ব্যাপক প্রস্তুতি । ইয়াৰে জোনাইৰ চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত চিমেন চাপৰি মিনি ষ্টুডিয়াম খেল পথাৰত যোৱা ৩ এপ্রিলৰ পৰা ১০ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত কৰিছে বিহু নাচ আৰু ঢোল বাদন কর্মশালা । অঞ্চলটোৰ কণ-কণ শিশুৰ পৰা যুৱতীলৈ প্রায় দুশৰাে অধিক প্রশিক্ষার্থীয়ে অংশ গ্রহণ কৰা বিহু নাচ কর্মশালাখনত প্রশিক্ষণ দিছে ২০১৮ চনৰ লতাশিল বিহু সম্রাজ্ঞী জাগৃতি সন্দিকৈয়ে । তেনেদৰে প্রায় অর্থ শতাধিক শিশু-যুৱকে অংশ গ্রহণ কৰা ঢােল বাদন কর্মশালাত প্রশিক্ষণ দিছে দীপক গগৈয়ে ।

লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভোট গণনা: আগবাঢ়ি আছে আছু সমৰ্থিত প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.