ETV Bharat / state

জোনাইত তীব্ৰ খাদ্য সংকট,হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ মাজত - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰয়ে প্ৰায় ৪০০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰে চিৰা,খোৱা পানী,বিস্কুট,চাবোন,মমবাতি,কাপোৰ আদি প্ৰয়োজনীয় সামগ্ৰী ৷

জোনাইত তীব্ৰ খাদ্য সংকট,হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ
author img

By

Published : Jul 18, 2019, 4:24 PM IST

ধেমাজি,১৮ জুলাইঃ জোনাইত এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘুৰি অহা নাই বান পৰিস্থিতি । তীব্ৰ খাদ্য সংকটত পৰিছে সমগ্ৰ জোনাইৰ বানাক্ৰান্ত লোকসকল।

জোনাইত তীব্ৰ খাদ্য সংকট,হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ

ধেমাজি জিলাৰ জোনাইত আজিও উন্নত হোৱা নাই বান পৰিস্থিতি ৷ চিয়াং নদীৰ বানৰ কৱলত পৰা জোনাইৰ ১নং ৰাভা কাঠনি,২ নং ৰাভা কাঠনি, সোনোৱাল কাঠনি,চুতীয়া চুক,মালভোগ,উৰাং,মুদৈ দেবেৰা আদিকে ধৰি কেইবাখনো গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ বাৰী আজিও বুৰ গৈ আছে পানীৰ তলত ৷ বানতআৱদ্ধ হৈ আছে শ শ পৰিয়াল। মথাউৰিতে শিবিৰ পাতি আশ্ৰয় লৈ আছে যদিও বানাক্ৰান্ত লোকসকলৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ এমুঠি অন্ন আৰু খোৱা পানীৰ সংকটত কণ কণ শিশুৰ পৰা বৃদ্ধলৈ ৷ বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ কৰ্মীয়ে প্ৰায় ৪০০টা পৰিয়ালৰ মাজত বিতৰণ কৰে চিৰা,খোৱা পানী,বিস্কুট,চাবোন,মমবাতি,কাপোৰ আদি প্ৰয়োজনীয় সামগ্ৰী ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ এই বান সাহায্য পদক্ষেপক বানাক্ৰান্ত লোক সকলৰ লগতে ৰাইজে প্ৰশংসা কৰিছে ।

লগতে আন এটা বাতৰি - বকোত বিধায়িকা নন্দিতাৰ বান সাহায্য

Intro:Body:জোনাইত আজিও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই বান পৰিস্থিতি/অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে ৪০০ টা পৰিয়ালক বান সাহাৰ্য্য প্ৰদান

জোনাই ১৮ জুলাই

ধেমাজি জিলাৰ জোনাইত আজিও উন্নত হোৱা নাই বান পৰিস্থিতি | চিয়াং নদীৰ বানৰ কবলত পৰা জোনাইৰ ১নং ৰাভা কাঠনি, ২ নং ৰাভা কাঠনি, সোনোৱাল কাঠনি, চুতীয়া চুক, মালভোগ, উৰাং, মুদৈ দেবেৰা আদিকে ধৰি কেইবাখনো গাঁওৰ শ শ পৰিয়ালৰ ঘৰ বাৰী আজিও বুৰ গৈ আছে পানীৰ তলত | বুৰ গৈ আছে বাট পথ আদি| আজিও পানীৰ তলত আৱদ্ধ হৈ আছে শ শ পৰিয়াল এনেদৰে বান পৰিস্থিতি উন নোহোৱাত ওখ মথাউৰি অথবা জোনাইৰ দুখন বান শিৱিৰত থকা প্ৰায় ডেৰশতাধিক বৰ্ণাত্যই আজিও ঘূৰি যাব পৰা নাই নিজৰ আপোন ঘৰখনলৈ |ইফালে বান পানীৰ মাজতে আজিও আৱদ্ধ হৈ থকা বৰ্ণাত্যৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে| এমুঠি অন্ন আৰু খোৱা পানীৰ সংকটত কণ কণ শিশুৰ পৰা বৃদ্ধলৈ ভূগি আছে বানত বুৰ গৈ থকা অঞ্চলসমূহত |

ইফালে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ কৰ্মীয়ে জোনাইত এইবাৰ সৰ্বাধিক বান বিধ্বস্ত অঞ্চল ৰাভা কাঠনিত বিতৰণ কৰে ৪০০ টা পৰিয়ালৰ মাজত বিতৰণ কৰে চিৰা, খোৱা পানী, বিস্কুট, চাবোন, মমবাতি, কাপোৰ আদি প্ৰয়োজনীয় সামগ্ৰী |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.