ETV Bharat / state

ধেমাজিৰ চৰকাৰী বিদ্যালয়ঃ 5 গৰাকী শিক্ষকৰ বিপৰীতে 6গৰাকী শিক্ষাৰ্থী

গুড়ৰথালি শিশু জ্যোতি মধ্য ইংৰাজী বিদ্যালয় খন এতিয়া ধ্বংসৰ গৰাহত । শিক্ষক আছে কিন্তু ছাত্ৰ-ছাত্ৰী হে উপস্থিত নহয় বিদ্যালয়ত । বিদ্যালয় খনক লৈ চিন্তিত স্থানীয় ৰাইজ তথা অভিভাৱক সকল ।

চৰকাৰী বিদ্যালয়ত শিক্ষক ৫ জন, ছাত্ৰ-ছাত্ৰী ২জন
author img

By

Published : May 28, 2019, 2:34 PM IST

ধেমাজি, ২৮ মেঃ ধেমাজি জিলাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তগৰ্ত গুড়ৰথালি শিশু জ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত এতিয়া নাই ছাত্ৰ-ছাত্ৰী । ৫-৬ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে ৫ জন ।

চৰকাৰী বিদ্যালয়ত শিক্ষক ৫ জন, ছাত্ৰ-ছাত্ৰী ২জন

ৰাজ্যত দুবাৰকৈ অনুষ্ঠিত হৈ যোৱা গুণোৎসৱেও প্ৰভাৱান্বিত কৰিব নোৱাৰিলে গুড়ৰথালি শিশু জ্যোতি মধ্য ইংৰাজী চৰকাৰী বিদ্যালয়খনক । ৰাজ্যৰ বহু চৰকাৰী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় সম্প্ৰতি ধ্বংসৰ গৰাহত । কোনো পদক্ষেপ নাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । 1982 চনতে স্থাপন কৰা বিদ্যালয়খনত কাগজে -পত্ৰই 21 জন ছাত্ৰ আছে যদিও বিদ্যালয়লৈ আহে 6/7 জন ছাত্ৰ-ছাত্ৰী । কেতিয়াবা আকৌ দুই এজন ছাত্ৰহে আহে বিদ্যালয়লৈ ।মাত্ৰ ৬-৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে বিদ্যালয়খনত 5 গৰাকী শিক্ষক । তাৰোপৰি বিদ্যালয় খনত 4/5 বছৰ ধৰি নাই বিজ্ঞান - গণিতৰ শিক্ষক । এই বিষয়ে শিক্ষা বিভাগক অৱগত কৰি আহিছে, যদিও কোনো গুৰুত্ব আৰোপ নকৰা অভিযোগ স্থানীয় ৰাইজৰ । সেয়ে অঞ্চলটোৰ শৈক্ষিক পোহৰ বিলোৱা বিদ্যালয়খনৰ এনে দুৰাৱস্থাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন ।

লগতে আন এটা বাতৰি- চকুৰ পচাৰতে ভাগি পৰিল এখন দলং

Intro:ধেমাজিত আই চি ইউত চৰকাৰী বিদ্যালয় ।
আৱেগিক হৈ পৰিল শিক্ষক-শিক্ষয়িত্ৰী ।

Body:ধেমাজি , 28, মে : ৰাজ্যত দুবাৰকৈ অনুষ্ঠিত হৈ যোৱা গুণোৎসৱেও প্ৰভাৱান্বিত কৰিব নোৱাৰিলে চৰকাৰী খণ্ডৰ বহু বিদ্যালয়ক । ৰাজ্যৰ বহু চৰকাৰী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় সম্প্ৰতি আই চি ইউ ত । ধেমাজি জিলাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তগৰ্ত গুড়ৰথালি শিশু জ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ শৈক্ষিক দুৰাৱস্থা প্ৰত্যক্ষ কৰিলে স্তম্ভিত হৈ পৰিব আপুনি । 1982 স্থাপন কৰা বিদ্যালয়খনত কাগজে -পত্ৰই 21 জন ছাত্র আছে যদি ও বিদ্যালয়লৈ আ হে 6/7 গৰাকী হে । কেতিয়াবা দুই এজনহে আহে । বিপৰীতে আছে বিদ্যালয়খনত 5 গৰাকী শিক্ষক । বিদ্যালয়ৰ শিক্ষকসকলৰ মতে 4/5 বছৰ ধৰি নাই বিজ্ঞান - গণিতৰ শিক্ষক । এই বিষয়ে সংশ্লিষ্ট বিভাগক অৱগত কৰি আহিছে যদিও কোনো গুৰুত্বআৰোপ নকৰা বুলি কয় । সেয়ে অঞ্চলটোৰ শৈক্ষিক পোহৰ বিলোৱা বিদ্যালয়খনৰ এনে দুৰাৱস্থাক লৈ চিন্তিত হৈ পৰিছে শিক্ষকসকল । কেমেৰাৰ সন্মুখতে হৈ পৰিল আৱেগিক ।

byte....1...2...3

pradunya Bharali , Dhemaji , Assam , 28/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.