ধেমাজি, ৭ জুন: ধাৰাবাহিক প্ৰতিবাদৰ ফলস্বৰূপে ২০১১ চনৰ পৰা বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ হ'ব বুলি অৰুণাচল প্ৰদেশৰ বিধানসভাত ৰাজ্যপাল বি ডি মিশ্ৰই মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল - সংগঠন । এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ মেৰামতিৰ গইনা লৈ এন এইছ পি চিয়ে চল - চাতুৰীৰে পুনৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বিচৰা কাৰ্যক সকীয়াই দিছে সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সৰৱ দল - সংগঠন - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
পুনৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰই মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল - সংগঠন । যিকোনো মূল্যৰ বিনিময়ত এই নিৰ্মাণ কাৰ্য প্ৰতিহত কৰিবৰ বাবে ছাত্ৰ পৰিষদৰ সদস্যসকল সাজু আছে বুলি দাবী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই ।
ধেমাজি, ৭ জুন: ধাৰাবাহিক প্ৰতিবাদৰ ফলস্বৰূপে ২০১১ চনৰ পৰা বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ হ'ব বুলি অৰুণাচল প্ৰদেশৰ বিধানসভাত ৰাজ্যপাল বি ডি মিশ্ৰই মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল - সংগঠন । এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ মেৰামতিৰ গইনা লৈ এন এইছ পি চিয়ে চল - চাতুৰীৰে পুনৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বিচৰা কাৰ্যক সকীয়াই দিছে সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
Body:ধেমাজি , ৭,জুন : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ বিৰুদ্ধে অসমৰ দল - সংগঠন আৰু ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলস্বৰুপে ই ২০১১ চনৰ পৰা বন্ধ হৈ থকা বৃহৎ নদীবান্ধটো ৰ সন্দৰ্ভত শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ বিধান সভাত ৰাজ্যপাল বি ডি মিশ্ৰ ই
পুণৰ নদী বান্ধৰ কাম আৰম্ভ হব বুলি সদম্ভে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল - সংগঠন ।
এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই কয় যে : ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণৰ মেৰামতি গ ইনা লৈ nhpc ই চল চাতুৰীয়ে নামনি ৰাইজৰ নিৰাপত্তা ক গুৰুত্ব প্ৰদান নকৰি নিৰ্মান কৰিবলৈ বিচৰা কাৰ্য্যক সকীয়াই দিছে । যিকোনো মূল্যৰ বিনিময়ত nhpc ৰ নিৰ্মাণ কাম প্ৰতিহত কৰিব ।আৰু এই বান্ধ বন্ধ কৰিবলৈ সদায় সাজু আছে যুৱ ছাত্ৰ পৰিষদ ।
ইপিনে অৰুণাচলৰ ৰাজ্যপাল মিশ্ৰৰ মন্তব্যক লৈ তীব্ৰ সৰৱ হৈ পৰা সংগঠনটোৰ নেতাগৰাকীয়ে কয় যে nhpc ক গুৰুত্ব দিলে অনাগত দিনত অৰ্থনৈতিক অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিবলৈ ও কুন্ঠাবোধ নকৰিব ।যুৱ ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ।
byte....bishnu Sarmah . Secy. ajycp .dist.
products Bharali . Dhemaji . Assam .7/6/2019
Conclusion: