ধেমাজী,৬মাৰ্চঃ লক্ষীমপুৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ । জোনাইৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই ঘূৰি অহাৰ পথত চিলাপথাৰ থানাৰ অন্তৰ্গত চিলাসূতি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই আক্ৰমনটোৰ ফলত ক্ষুন্ন হৈ পৰে কংগ্ৰেছ কৰ্মীসকল । ফলত চাৰি ঘন্টা জুৰি ঘাইপথ অৱৰোধ কৰে ক্ষোভিত দলীয় কৰ্মীয়ে ।
১৪নং লোকসভা সমষ্টিত নিৰ্বাচনী হিংসা - অনিল বৰগোঁহাই
কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইক দুৰ্বৃত্তৰ আক্ৰমণ । আক্ৰমণৰ প্ৰতিবাদত চাৰি ঘন্টা ধৰি ঘাইপথ অৱৰোধ কংগ্ৰেছ কৰ্মীৰ ।

১৪নং লোকসভা সমষ্টিত নিৰ্বাচনী হিংসা
ধেমাজী,৬মাৰ্চঃ লক্ষীমপুৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ । জোনাইৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই ঘূৰি অহাৰ পথত চিলাপথাৰ থানাৰ অন্তৰ্গত চিলাসূতি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই আক্ৰমনটোৰ ফলত ক্ষুন্ন হৈ পৰে কংগ্ৰেছ কৰ্মীসকল । ফলত চাৰি ঘন্টা জুৰি ঘাইপথ অৱৰোধ কৰে ক্ষোভিত দলীয় কৰ্মীয়ে ।
Intro:১৪ নং লক্ষীমপুৰ লোক সভা সমষ্টিত নিৰ্বাচনী হিংসা ।
কংগ্ৰেছৰ প্ৰাথী অনিল বৰগোঁহাইক দুবৃত্তৰ আক্ৰমণ ।
কংগ্ৰেছৰ ঘাই পথ অৱৰোধ
dl
Body:ধেমাজি , ৫, এপ্ৰিল :
লক্ষীমপুৰ লোক সভা ৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাথী অনিল বৰগোঁহাইৰ গাড়ীত দুবৃত্তৰ আক্ৰমণ । জোনাই ৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই ঘুৰি অহাৰ পথত চিলাপথাৰ থানাৰ অন্তৰ্গত চিলাসূতি ৰাষ্ট্ৰীয় ঘাই পথত এই আক্ৰমন ।চাৰি ঘন্টা ধৰি ঘাই পথ অৱৰোধেৰে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ।ঘটনাস্থলীত উপস্থিত ধেমাজি জিলাৰ উপায়ুক্ত , আৰক্ষী অধীক্ষক ।
অৱৰোধ থলীত অসুস্থ অনিল বৰগোঁহাইক চিকিৎসালয়লৈ প্ৰেৰণ ।বিজেপি দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ কংগ্ৰেছৰ ।
Pradunya Bharali , dhemaji .Assam.DL.5/4/2019
Conclusion: