ETV Bharat / state

জোনাইত একে নিশাই ১৩ খনকৈ দোকানত চুৰিঃ গ্ৰেপ্তাৰ 6 জন অভিযুক্ত

author img

By

Published : Feb 28, 2020, 4:36 PM IST

১৩ খনকৈ দোকানত 25 ফেব্ৰুৱাৰীৰ নিশা তলা ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিছিল এটা চোৰৰ দলে ৷ ঘটনা সন্দৰ্ভত ৰুজু কৰা এক গোচৰৰ ভিত্তিত কালি আৰক্ষীয়ে 6 জনকৈ অভিযুক্তক আটক কৰে ৷ আটকাধীন লোককেইজনৰ ভিতৰত 3 জন অভিযুক্ত নাবালক বুলি জানিব পৰা গৈছে ৷

গ্ৰেপ্তাৰ 6 জন অভিযুক্ত
গ্ৰেপ্তাৰ 6 জন অভিযুক্ত

জোনাই, 28 ফেব্ৰুৱাৰীঃ যোৱা ২৫ ফেব্ৰুৱাৰীত একে নিশাই জোনাই বজাৰত ১৩ খনকৈ দোকানত তলা ভাঙি লুটি নিছিল লক্ষাধিক টকাৰ সামগ্ৰী ৷ ঘটনা সন্দৰ্ভত দোকানৰ স্বত্বাধিকাৰীসকলে ৰুজু কৰিছিল গোচৰ ৷ সেই গোচৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে অনুসন্ধান চলাই কালি জোনাই সদৰৰ ভিন্ন ঠাইৰ পৰা এই চুৰি কাৰ্যৰ লগত জড়িত 6 জন অভিযুক্তক আটক কৰে ৷ 6 গৰাকী অভিযুক্তৰ ভিৰতৰ 3 গৰাকী নাবালক বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,আটকাধীন নাবালক অভিযুক্ত কেইগৰাকীয়ে ইয়াৰ পূৰ্বেও জোনাইৰ ভিন্ন প্ৰান্তৰ দোকানত চুৰিকাৰ্য সংঘটিত কৰা বুলি প্ৰকাশ কৰে আৰক্ষীৰ লোকে ৷

জোনাইত একে নিশাই ১৩ খনকৈ দোকানত চুৰি কাৰ্যঃ গ্ৰেপ্তাৰ 6 জন অভিযুক্ত

লগতে পঢ়কঃ যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.