ETV Bharat / state

দৰঙত বিদ্যুতৰ খুঁটাৰ পৰা বাগৰি মৃত্যু অস্থায়ী কৰ্মচাৰীৰ

author img

By

Published : Oct 14, 2019, 9:08 PM IST

গুৰুতৰভাৱে আহত ইন্তাজ আলীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে  জি এম চি লৈ যোৱাৰ সময়তে মৃত্যু হয় ।

নিহত অস্থায়ী কৰ্মচাৰী ইন্তাজ আলী

দৰং,১৪ অক্টোবৰ: সোমবাৰে দৰং জিলাৰ দলগাঁৱত কৰ্তব্যৰত অৱস্থাতেই বিদ্যুত বিভাগৰ খুঁটাৰ পৰা বাগৰি পৰি মৃত্যুমুখত পৰিল এগৰাকী অস্থায়ী কৰ্মচাৰী ৷ কাম কৰি থকা অৱস্থাতেই খুঁটাৰ পৰা বাগৰি পৰাত প্ৰথমতে গুৰুতৰভাৱে আহত হয় ইন্তাজ আলী নামৰ অস্থায়ী কৰ্মচাৰীজন ৷ গুৰুতৰভাৱে আহত ইন্তাজ আলীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে জি এম চি লৈ যোৱাৰ সময়তে মৃত্যু হয় । মৃত কৰ্মচাৰীজনৰ ঘৰ দৰঙৰ দলগাঁৱৰ বুঢ়ীগাঁৱত । কৰুণভাৱে মৃত্যু ঘটা ইন্তাজ আলী এজন ঠিকাদাৰৰ অধীনত কৰ্মৰত আছিল ৷

দৰং জিলাৰ দলগাঁৱত কৰ্তব্যৰত অৱস্থাতেই নিহত কৰ্মচাৰী

Intro:SLUG =Electric_Shock_One_ Dead_

## দৰঙৰ দলগাঁৱত অঘটন৷
## বিদ্যুতৰ খুটাৰ পৰা পৰি মৃত্যু অস্হায়ী কৰ্মচাৰীৰ ।

Body:

দলগাও /১৪অক্টোবৰ

বিদ্যুত বিভাগৰ খুঁটাৰ ওপৰত কাম কৰি থাকোতে ওপৰৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হ্য় অস্থায়ী কৰ্মচাৰী ইন্তাজ আলীৰ ৷ গুৰুতৰ ভাৱে আহত ইন্তাজ আলীক সংকটজনক অৱস্থাত জি এম চি লৈ যোৱাৰ সময়তে মৃত্যু হয় ইন্তাজ আলী নামৰ অস্হায়ী কৰ্মচাৰী জনৰ । মৃত কৰ্মচাৰীজনৰ ঘৰ দৰঙৰ দলগাঁৱৰ বুঢ়িগাঁৱত । ঠিকাদাৰ এজনৰ অধীনত কৰ্মৰত হৈ আছিল ইন্তাজ আলীয়ে৷

Conclusion:আব্দুল হাকিম
দলগাও

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.