ETV Bharat / state

মঙলদৈত মৃত মহিলাসহ উদ্ধাৰ সদ্যজাত শিশু

আনহাতে নিশাৰ পৰাই মৃত মাতৃৰ কাষত পৰি থকা জীৱন্ত শিশুটিক ম'হে দাহে খোৱাৰ লগতে ভোকত কান্দি কান্দি অৱশ হৈ পৰিছে শিশুটি

author img

By

Published : Mar 9, 2020, 8:11 PM IST

মঙলদৈত মৃত মহিলাসহ উদ্ধাৰ সদ্যজাত শিশু
মঙলদৈত মৃত মহিলাসহ উদ্ধাৰ সদ্যজাত শিশু

মঙলদৈ, 9 মাৰ্চঃ মঙলদৈৰ ৰামহৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে দিনৰ ভাগত ৰামহৰিৰ এখন পথাৰত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহসহ এটি সদ্যজাত শিশু ৷ পথাৰত গৰু চাবলৈ অহা লোকে শিশুৰ কান্দোন শুনি প্ৰত্যক্ষ কৰে মৃতদেহটোৰ লগতে এটা শিশুটিক ৷ নিশাই কোনো লোকে হত্যা কৰি উক্ত স্থানত মৃতদেহটো পেলাই থৈ বুলি সন্দেহ কৰে স্থানীয় লোকে ৷

মঙলদৈত মৃত মহিলাসহ উদ্ধাৰ সদ্যজাত শিশু

আনহাতে নিশাৰ পৰাই মৃত মাতৃৰ কাষত পৰি থকা জীৱন্ত শিশুটিক ম'হে দাহে খোৱাৰ লগতে ভোকত কান্দি কান্দি অৱশ হৈ পৰিছে শিশুটি ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে শিশুটিৰ লগতে মৃতদেহটো উদ্ধাৰ কৰিছে যদিও বৰ্তমানো কোনো ধৰণৰ পৰিচয় ওলোৱা নাই মহিলাগৰাকীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.