ETV Bharat / state

প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিবনে চৰকাৰী আঁচনিৰ সুবিধা ? - শিক্ষা

বৰষুণ দিলে পানী পৰা এটা ভগা পঁজা । দুবেলা দুমুঠি খাবলৈ অভাৱ । প্ৰায় দহ বছৰ আগতে মৃত্যুক সাৱটি লয় দশম শ্ৰেণীত পঢ়ি থকা পূজা দাসৰ পিতৃ হৰিপদ দাসে। মাতৃ সুদেৱী দাসে নিতৌ মুৰি লাৰু বিক্ৰী কোনো মতে পোহপাল দিছে পৰিয়ালটো । বৰ্তমানলৈ পোৱা নাই কোনো চৰকাৰী আঁচনিৰ সা-সুবিধা ।

চৰকাৰী আঁচনিৰ সুবিধা
author img

By

Published : May 10, 2019, 2:18 PM IST

দৰং,10 মে': মঙলদৈত দুই নং ৱাৰ্ডৰ এটা পৰিয়ালৰ দুৰৱস্থা। দৰিদ্ৰতাই শিক্ষা গ্ৰহণৰ পথত প্ৰাচীৰ হৈ থিয় দিছে এগৰাকী ছাত্ৰীৰ ৷ দৰিদ্ৰ লোকৰ সাহাৰ্যৰ বাবে প্ৰস্তুত কৰা চৰকাৰী আঁচনিসমূহে স্পৰ্শ কৰিবনে পৰিয়ালটোক ?

প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিবনে চৰকাৰী আঁচনিৰ সুবিধা

মঙলদৈ চহৰৰ দুই নং ৱাৰ্ডৰ এটি পৰিয়াল। বৰষুণ দিলে পানী পৰা এটা ভগা পঁজা। দুবেলা দুমুঠি খাবলৈ অভাৱ। প্ৰায় দহ বছৰ আগতে মৃত্যুক সাৱটি লয় দশম শ্ৰেণীত পঢ়ি থকা পূজা দাসৰ পিতৃ হৰিপদ দাসে। মাতৃ সুদেৱী দাসে নিতৌ মুৰি, লাৰু বিক্ৰী কোনো মতে পোহপাল দিছে পৰিয়ালটো। কিন্তু এতিয়াও কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই পৰিয়ালটোৱে ৷ নাই কোনো চৰকাৰী বিজুলী বাতি,ঘৰ, নাই কোনো চৰকাৰী ৰন্ধন গেছৰ ব্যবস্থা ৷

লগতে পঢ়ক : ধোঁৱাচাঙত পৰিণত অসম চৰকাৰৰ মৈত্ৰী আঁচনি

শিক্ষা গ্ৰহণৰ পথত দৰিদ্ৰতা প্ৰাচীৰ থৈ থিয় দিছে দশম শ্ৰেণীত অধ্যয়নৰত পূজাৰ শিক্ষা গ্ৰহণৰ পথত ৷ স্থানীয় বিধায়কৰ জৰিয়তে সামান্য সাহাৰ্য বিচাৰিছে পৰিয়ালটোৱে। এতিয়া প্ৰশ্ন হৈছে পৰিৱৰ্তনশীল চৰকাৰত এয়াই নেকি পৰিৱৰ্তন। এই ক্ষেত্ৰত দৃষ্টি পৰিবনে পূজাৰ ৷

as_drg_poor family_vis_byte_as10006
Ftp kariso

মঙ্গলদৈত দুই নং ৱাৰ্ডৰ এটি পৰিয়ালৰ দুৰৱস্থা।

দুখীয়াৰ বাবে এৰিব নেকি শিক্ষা পূজা দাসে

Anchor
মঙ্গলদৈ চহৰৰ  দুই নং ৱাৰ্ডৰ এটি পৰিয়াল।বৰষুণ দিলে পানীৰে পৰিপূৰ্ণ হয় ভগা চিগা ঘৰটি। দুবেলা দুখাজ খাবলে নাপায় ভালদৰে। প্ৰায় দহ বছৰ আগতে মৃত্যুক সাৱটি লয় পিতৃ হৰিপদ দাসে। দশম শ্ৰেণীত পঢ়ি থকা পূজা দাসক সহায় কৰিবলৈ নাই কোনো।মাতৃ সুদেৱী দাসে নিতৌ মুৰি লাৰু বিক্ৰী কৰি পোৱা দুই এটকাৰে এসাজ খায় আৰু এসাজ লঘোনে থাকে। নাই কোনো চৰকাৰী বিজুলী,ঘৰ নাই কোনো চৰকাৰী ৰন্ধন গেছৰ ব্যবস্থা। স্থানীয় বিধায়কৰ জৰিয়তে সাহায্যৰ হাত মাগিছে পৰিয়ালটোৱে। 

এতিয়া প্ৰশ্ন হৈছে পৰিৱৰ্তনশীল চৰকাৰত এয়াই নেকি পৰিবৰ্তন। এই ক্ষেত্ৰত চৰকাৰৰ কিম্বা দৃষ্টি পৰিবনে নে এনেকৈ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পূজাই।
দেবব্ৰত গোস্বামী, দৰঙ,
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.