ETV Bharat / state

মঙলদৈ মহাবিদ্যালয়ত কদৰ্যময় পৰিবেশ; ষ্ট্ৰং ৰুম হিচাপে ব্যৱহাৰ কৰিয়েই দ্বায়িত্ব সামৰিলে প্ৰশাসনে !

author img

By

Published : May 12, 2019, 11:37 PM IST

দৰং জিলা প্ৰশাসনে নিৰ্বাচনত ষ্ট্ৰং ৰুম হিচাবে ব্যৱহাৰ কৰিছে মহাবিদ্যালয়খন । নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰা লেট্ৰিন, ভাত খোৱা ঠাই আজিও পৰিষ্কাৰ কৰাৰ ব্যৱস্থা নললে দৰং জিলা প্ৰশাসনে । ইফালে মহাবিদ্যালয় খনৰ খেলপথাৰ খনৰো তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে ।

লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত মঙলদৈ মহাবিদ্যালয়ত কদৰ্যময় পৰিবেশৰ সৃষ্টি

মঙলদৈ, 12 মে’: মঙলদৈ মহাবিদ্যালয়ত কদৰ্যময় পৰিবেশৰ সৃষ্টি । লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছৰে পৰাই এই পৰিবেশ । উৎকট গোন্ধৰ মাজেৰে ছাত্ৰ ছাত্ৰীয়ে দিব লগা হৈছে পৰীক্ষা । দৰং জিলা প্ৰশাসনক জগৰীয়া এনে পৰিবেশৰ বাবে । দৰং জিলা প্ৰশাসনে নিৰ্বাচনত ষ্ট্ৰং ৰুম হিচাবে ব্যৱহাৰ কৰিছে মহাবিদ্যালয়খন । নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰা লেট্ৰিন, ভাত খোৱা ঠাই আজিও পৰিষ্কাৰ কৰাৰ ব্যবস্থা নললে দৰং জিলা প্ৰশাসনে । ইফালে মহাবিদ্যালয় খনৰ খেলপথাৰ খনৰো তথৈবচ অৱস্থাৰ সৃষ্টি । ইটা, শিল পেলাই খেলৰ পৰিবেশ নোহোৱা কৰিছে খেলপথাৰখনৰ । খেলপথাৰৰ লগতে মহাবিদ্যালয় খনৰ পৰিবেশ পৰিষ্কাৰ কৰাৰ বাবে দৰঙৰ উপায়ুক্ত ঘনশ্যাম দাসক মহাবিদ্যালয় খনৰ অধ্যক্ষ খগেন নাথে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো উপায়ুক্তই ব্যৱস্থা নোলোৱাৰ অভিযোগ ৷

লগতে পঢ়ক: 'সোণ'- ভাৰতীয়ৰ আৰ্থিক অৱস্থা আৰু নিৰাপত্তাৰ মাপকাঠি

মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ ঘূৰি অহাৰ স্বাৰ্থত উপায়ুক্তই ব্যৱস্থা লোৱাৰ বাবে পুনৰ অনুৰোধ অধ্যক্ষ গৰাকীৰ । আনহাতে প্ৰতিবাৰেই নিৰ্বাচনৰ বাবে মঙলদৈ মহাবিদ্যালয় ব্যৱহাৰ কৰাৰ বিষয়ে আক্ষেপ প্ৰকাশ কৰে অধ্যক্ষ গৰাকীয়ে । নিৰ্বাচনৰ নামত প্ৰতিটো নিৰ্বাচনতে এক বা দুমাহ মহাবিদ্যালয় খন বন্ধ হৈ থাকিব লগা হয় । যাৰ ফলত শিক্ষাদানৰ পৰা বঞ্চিত হব লগা হয় ছাত্ৰ ছাত্ৰী সকল । লগতে নিৰ্বাচনৰ বাবে বিকল্প ব্যৱস্থা কৰিবলৈ আহ্বান অধ্যক্ষ খগেন নাথৰ ।

as_drg_college dirty situation_vis_byte_as10006【FTP】

# মঙলদৈ মহাবিদ্যালয়ত কদৰ্যময় পৰিবেশৰ সৃষ্টি ।
# লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছৰে পৰাই এই পৰিবেশ ।
# উৎকট গোন্ধৰ মাজেৰে ছাত্ৰ ছাত্ৰীয়ে দিব লগা হৈছে পৰীক্ষা ।
# দৰং জিলা প্ৰশাসনক জগৰীয়া এনে পৰিবেশৰ বাবে ।
# দৰং জিলা প্ৰশাসনে নিৰ্বাচনত ষ্ট্ৰং ৰুম হিচাবে ব্যৱহাৰ কৰিছে মহাবিদ্যালয় খন ।
# নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰা লেট্ৰিন, ভাত খোৱা ঠাই আজিও পৰিষ্কাৰ কৰাৰ ব্যবস্থা নললে দৰং জিলা প্ৰশাসনে ।
# ইফালে মহাবিদ্যালয় খনৰ খেলপথাৰ খনৰো তথৈবচ অৱস্থাৰ সৃষ্টি ।
# ইটা, শিল পেলাই খেলৰ পৰিবেশ নোহোৱা কৰিছে খেলপথাৰ খনৰ ।
# খেলপথাৰৰ লগতে মহাবিদ্যালয় খনৰ পৰিবেশ পৰিষ্কাৰ কৰাৰ বাবে দৰঙৰ উপায়ুক্ত ঘনশ্যাম দাস ক মহাবিদ্যালয় খনৰ অধ্যক্ষ খগেন নাথে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো উপায়ুক্তই ব্যৱস্থা নোলোৱাৰ অভিযোগ ।
# মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ ঘূৰি অহাৰ স্বাৰ্থত উপায়ুক্তই ব্যৱস্থা লোৱাৰ বাবে পুনৰ অনুৰোধ অধ্যক্ষ গৰাকীৰ ।।
# আনহাতে প্ৰতিবাৰেই নিৰ্বাচনৰ বাবে মঙলদৈ মহাবিদ্যালয় ব্যৱহাৰ কৰাৰ বিষয়ে আক্ষেপ প্ৰকাশ কৰে অধ্যক্ষ গৰাকীয়ে । কাৰন নিৰ্বাচনৰ নামত প্ৰতিটো নিৰ্বাচনতে এক বা দুমাহ মহাবিদ্যালয় খন বন্ধ হৈ থাকিব লগা হয় ।
# যাৰ ফলত শিক্ষাদানৰ পৰা বঞ্চিত হব লগা হয় ছাত্ৰ ছাত্ৰী সকল ।
# লগতে নিৰ্বাচনৰ বাবে বিকল্প ব্যৱস্থা কৰিবলৈ আহ্বান অধ্যক্ষ খগেন নাথ ৰ ।
Byte.  Khagen Nath, Principal Mangaldai College
Debabrat goswami, Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.