ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 14, 2021, 5:01 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

ICC T20 WC Final : সমুখ সমৰত অষ্ট্ৰেলিয়া-নিউজিলেণ্ড

T20 বিশ্বকাপৰ চূড়ান্ত খেলত আজি মুখামুখি হ’ব অষ্ট্ৰেলীয়া আৰু নিউজিলেণ্ড ৷ খিতাপ দখলৰ বাবে মৰণপণ যুঁজ দিব দুয়োটা দলেই ৷

Akhil Gogoi ক চাফাই অভিযানত প্ৰশাসনে সহযোগ নকৰাৰ অভিযোগ !

শিৱসাগৰত চাফাই অভিযান(Safai Abhiyan)ত ব্যস্ত বিধায়ক অখিল গগৈ(Akhil Gogoi) ৷ নগৰৰ ডাম্পিং গ্ৰাউণ্ড(Dumping Ground) পৰিষ্কাৰৰ কামত প্ৰশাসনৰ সহযোগিতা লাভ নকৰাৰ অভিযোগ বিধায়কগৰাকীৰ ৷

Assam's Methanol Project : অসমে দখল কৰিব ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ

অসমবাসীৰ বাবে এক সুখবৰ ৷ মুকলিৰ বাবে সাজু অসম পেট্ৰ'কেমিকেলছ লিমিটেড(Assam petrochemicals Limited)ৰ মিথানল প্ৰকল্প ৷ এই প্ৰকল্পটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ই ৷

নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে

মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাত মাওবাদী বিৰোধী অভিযানৰ মাজতে আৰক্ষীৰ হাতত নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে । যোৱা ৩০ বছৰ ধৰি মাওবাদী আন্দোলনত সক্ৰিয় হৈ আছিল মিলিন্দ তেলটুম্বডে ।

Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

শনিবাৰে মণিপুৰত আছাম ৰাইফলছ(Assam Rifles)ৰ জোৱান তথা পৰিয়ালৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাই শোকস্তব্ধ কৰি তোলে সকলোকে ৷ ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত সংঘটিত আক্ৰমণৰ ঘটনাত নিহত হৈছিল প্ৰায় 7 গৰাকীকৈ লোক, য’ত এটি 8 বছৰীয়া শিশুও আছে ৷ উক্ত আক্ৰমণৰ ঘটনাত শ্বহীদ হৈছে অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী ৷

Goalpara Police Firing : পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হ’ল ছাদ্দাম হুছেইন

অৱশেষত গোৱালপাৰা আৰক্ষী(Goalpara police)ৰ জালত ব্য়ৱসায়ী অপহৰণ কাণ্ডৰ মূল নায়ক ৷ গোৱালপাৰাৰ ব্যৱসায়ী ৰবিউল আলমক আৰক্ষীয়ে সোঁ-শৰীৰে উদ্ধাৰ কৰাৰ পিছত কৰায়ত্ত কৰিছে পাঁচজনীয়া এটা অপহৰণকাৰী দলক ৷ ঘটনাৰ মাষ্টাৰ মাইণ্ড ছাদ্দাম হুছেইনে পলায়নৰ চেষ্টা কৰোতে গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷

Two Arrested : হাতীৰ দাঁতসহ আৰক্ষীৰ জালত মিন্টু-ছাহজাহান

অসম-নাগালেণ্ড সীমান্ত(Assam-Nagaland Border)ত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ লগতে বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ বেহা ৷ দেওবাৰে আৰক্ষীৰ অভিযানত জব্দ হয় দুটা হাতী দাঁত ৷ দুজন লোকে গোপনে লৈ আহিছিল দাঁত দুটা ৷

Corruption ! নিৰ্মাণ কাৰ্যৰ পৰা বঞ্চিত থলুৱা শ্ৰমিক

চৰাইদেউ চিকিৎসা মহাবিদ্যালয়(Charaideo Medical College)ৰ নিৰ্মাণ কাৰ্যত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । নিৰ্মাণ কাৰ্যত নিয়োজিত স্থানীয় শ্ৰমিকসকলক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰিছে ঠিকাদাৰে ৷ নিজ প্ৰাপ্য ধন বিচৰাত তেওঁলোকক কামৰ পৰা উলিয়াই দিয়া বুলিও অভিযোগ তুলিছে থলুৱা শ্ৰমিকসকলে ৷

বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

বৰ্তমান ৰাজ্যত লাহে লাহে হ্ৰাস পাই আহিছে কৃষিভূমি ৷ বিগত চাৰি বছৰত সৰ্বাধিক কৃষিভূমি সংকুচিত হৈছে লখিমপুৰ জিলাত । চৰকাৰী তথ্য অনুসৰি বৰ্তমান মুঠ কৃষিভূমিৰ পৰিমাণ 27, 73,855 হেক্টৰ ৷

তিনি হাজাৰ টকা প্লেটৰ ভাত খাই জনতাৰ মূৰত ৰামটাঙোন মাৰিছে নেকি BJP য়ে ?

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ডিব্ৰুগড়ত কংগ্ৰেছৰ জাগৰণ অভিযান ৷ পেট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে জনসাধাৰণক কোঙা কৰাৰ অভিযোগত এই কাৰ্যসূচী ৰূপায়ন কৰে প্ৰদেশ কংগ্ৰেছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.