ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 19, 2022, 4:59 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Encounter in Biswanath: বিশ্বনাথত আৰক্ষীৰ এনকাউণ্টাৰত আহত গঁড় চিকাৰী

বিশ্বনাথৰ সাধাৰুত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Encounter in Biswanath) ৷এনকাউণ্টাৰত আহত গঁড় চিকাৰী আতাউৰ ৰহমান (Rhino poacher in Biswanath) ৷ বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আতাউৰক ৷

FIFA World Cup 2022 : দুবাৰকৈ গোল্ডেন বল বঁটা লাভ কৰা একমাত্ৰ ফুটবলাৰ মেছি

কাটাৰ ফিফা বিশ্বকাপত গোল্ডেন বল বঁটা লাভ কৰিলে মেছিয়ে (Golden Ball Award to Messi)। মেছিয়ে ২০১৪ চনৰ বিশ্বকাপতো গোল্ডেন বল বঁটা লাভ কৰিছিল । লিঅ'নেল মেছিয়ে এইবাৰৰ ফিফা বিশ্বকাপ ২০২২ত ৭ টা গ'ল কৰিছে ।

Chapra Hooch Tragedy: বিহাৰৰ বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 গৰাকীক গ্ৰেপ্তাৰ

বিহাৰত অব্যাহত আছে মৃত্যুৰ কিৰিলি ৷ যোৱা পাঁচ দিনত আৰক্ষীয়ে বিহাৰৰ চাপ্ৰাত বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 জন লোকক গ্ৰেপ্তাৰ কৰে (Many liquor mafia arrested)৷

Railway track crack : ৰে'লপথৰ ভগা চিৰিৰ ওপৰেদি চলিল কেইবাখনো ৰেল !

নালন্দাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল শ শ ৰে'ল যাত্ৰী (Major train accident averted in Nalanda)। ভগা চিৰিৰ ওপৰেৰে পাৰ হৈ গ'ল যাত্ৰীবাহী আৰু মালবাহী ৰে'ল । গমকে নাপালে ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে । স্থানীয় লোকৰ সজাগতাৰ বাবে দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল কেইবাখনো ৰে'ল ।

Science Exhibition 2022: চিমেন চাপৰি বাথৌ ইংলিছ স্কুলত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান

বিজ্ঞান মানসিকতা বৃদ্ধিৰে উদ্ভাৱনী শক্তি বিকাশ ঘটোৱাৰ লক্ষ্য আগত ৰাখি জোনাই মহকুমাৰ অন্যতম বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান চিমেন চাপৰি অহৌম বৌঢ়ায় বাথৌ ইংলিছ বিদ্যালয়ে আয়োজন কৰিছে এক বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানৰ (Science Exhibition 2022) ৷

Sanitation Workers Protest: প্ৰাপ্য মজুৰি মোকলাই দিয়াৰ দাবীত লখিমপুৰত চাফাই কৰ্মীৰ প্ৰতিবাদ

লখিমপুৰত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ ৷ প্ৰাপ্য মজুৰি আৰু দুগৰাকী সহকৰ্মীক মোকলাই দিয়াৰ দাবীত উত্তৰ লখিমপুৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মীসকলে (Sanitation Workers Protest in Lakhimpur) ৷

Twitter chief Elon Musk: টুইটাৰৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিব নেকি ইলন মাস্কে ?

ইলন মাস্কৰ প'লৰ পিছতে ব্যৱহাৰকাৰীসকলৰ মাজত চাঞ্চল্যকৰ পৰিবেশ ৷ বাতৰি লিখালৈকে মাস্কৰ এই প্ৰশ্নৰ ওপৰত আহিল ১৩,৪৩৪,৪৮২ টা ভোট । কেৱল এয়াই নহয়, মিম আৰু কমেণ্টৰ জৰিয়তে মন্তব্য কৰিও বিভিন্ন লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।

Illegal rice smuggling at Dhubri : ধুবুৰীত জলপথেৰে সৰবৰাহ চোৰাং চাউল

ধুবুৰীত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা । আৰক্ষীৰ অভিযানত জব্দ নাওঁসহ বৃহৎ পৰিমাণৰ চোৰাং চাউল । ৰহস্যজনক ভূমিকাত যোগান বিভাগ (Illegal rice smuggling via warterways at Dhubri )।

Road accident: কৰিমগঞ্জত দ্ৰুতবেগী বাহনে মহতিয়ালে পথচাৰীক

কৰিমগঞ্জত দেওবাৰে নিশা দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত হয় এজন পথচাৰী(Tragic Road Accident in Karimganj) । নিশা কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতগামী বাহনে মহতিয়াই নিয়ে পথচাৰীজনক(One death in road Accident in Karimganj) । নিহত পথাচাৰীজন নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত পেটেল নগৰ অঞ্চলৰ বাসিন্দা দেবেশ দাস(60) বুলি জানিব পৰা হৈছে ।

Body recovered : অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত উদ্ধাৰ মৃতদেহ

অসম-অৰুণাচল সীমান্তৰ ৰুকচিন নদীত উদ্ধাৰ উৱলি যোৱা এটা মৃতদেহ (Decomposed body recovered in Dhemaji)। সোমবাৰে পুৱাই উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো । ৰুকচিন নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো (Body recovered in Ruksin river)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.