ETV Bharat / state

অৱসৰৰ পাচতো শিক্ষকতা কৰা এজন শিক্ষক ! - অৱসৰ

দৰঙৰ নৰেশ্বৰ দাস নামৰ শিক্ষক গৰাকী 2009 চনতেই লৈছিল অৱসৰ ৷ তেওঁৰ অৱসৰৰ লগে লগে হিন্দী শিক্ষক বিহীন হৈ পৰিছিল দৰঙৰ মহাৰাজত জয়ন্তী সম্পূৰ্ণ কৰা ডাহী মজলীয়া বিদ্যালয়

অৱসৰৰ পাচতো শিক্ষাকতা কৰা এজন শিক্ষক
author img

By

Published : Sep 5, 2019, 6:51 PM IST

দৰং, 5 চেপ্তেম্বৰঃ আজি শিক্ষক দিৱস । শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোতে এগৰাকী শিক্ষকৰ কৰ্মস্পৃহাই আপ্লুত কৰিলে সকলোকে । অৱসৰৰ পাচতো বিদ্যালয়ত শিক্ষাদান কৰি আছে এই গৰাকী শিক্ষকে । দৰঙৰ নৰেশ্বৰ দাস নামৰ শিক্ষক গৰাকী 2009 চনতেই লৈছিল অৱসৰ ৷ তেওঁৰ অৱসৰৰ লগে লগে হিন্দী শিক্ষক বিহীন হৈ পৰিছিল দৰঙৰ মহাৰাজত জয়ন্তী সম্পূৰ্ণ কৰা ডাহী মজলীয়া বিদ্যালয় । সেয়ে অৱসৰৰ পিছৰে পৰাই নিজৰেই ডা‌‌হি মজলীয়া বিদ্যালয়ত নিয়মিতভাৱে পাঠদান চলাই আছে নৰেশ্বৰ দাসে ৷

বিনা পাৰিশ্ৰমিকে পাঠদান চলাই আছে শিক্ষকজনে । পাঠদান এক নিছা বুলি ক'লে হিন্দী শিক্ষক নৰেশ্বৰ দাসে । বৰ্তমানেও ডাহী মজলীয়া বিদ্যালয়ত নাই হিন্দীৰ শিক্ষক । তেনে ক্ষেত্ৰত বিদ্যালয়খনক অসুবিধাত পৰিব দিয়া নাই শিক্ষক গৰাকীয়ে । শিক্ষক গৰাকীৰ এনে কাৰ্যক শলাগ লৈছে সকলোৱে ।

Intro:আজি শিক্ষক দিৱস ।
# দেখুৱাব বিচাৰিছো এগৰাকী শিক্ষকৰ কৰ্মস্পৃহা ।Body:# অৱসৰৰ পিছতো বিদ্যালয়ত কৰি আছে শিক্ষাদান ।
# শিক্ষক নৰেশ্বৰ দাসে ২০০৯ চনতেই লৈছিল অৱসৰ ।
# তেওঁৰ অৱসৰৰ লগে লগে হিন্দী শিক্ষক বিহিন হৈ পৰিছিল দৰঙৰ মহাৰাজত জয়ন্তী সম্পূৰ্ণ কৰা ডাহী মজলীয়া বিদ্যালয়।
# সেয়ে অৱসৰৰ পিছৰে পৰাই নিজৰেই ডা‌‌হি মজলীয়া বিদ্যালয়ত নিয়মিত ভাৱে পাঠদান চলাই আছে তেওঁ।
# বিনা পাৰিশ্ৰমিকে তেওঁ চলাই আছে পাঠদান ।
# পাঠদান এক নিছাঁ বুলি কলে হিন্দী শিক্ষক নৰেশ্বৰ দাসে ।
# বৰ্তমানেও ডাহী মজলীয়া বিদ্যালয়ত নাই হিন্দীৰ শিক্ষক ।
# তেনে ক্ষেত্ৰত বিদ্যালয় খনক অসুবিধাত পৰিব দিয়া নাই শিক্ষক গৰাকীয়ে ।
# শিক্ষক গৰাকীৰ এনে কাৰ্যক সকলোৱে শলাগ লৈছে ।Conclusion:দৰঙৰ পৰা দেবব্ৰত গোস্বামী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.