ETV Bharat / state

মঙলদৈৰ পথত ভূঁই ৰুই প্ৰতিবাদ মহিলাৰ

মঙলদৈ চহৰৰ গাতে লাগি থকা উপহুপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মহাজন পাৰা ৷ বাৰিষা হ'লেই মূল পথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰে ৷ পথটোৰ কদৰ্য ৰূপে এতিয়া জীয়াতু  ভূগাইছে গাঁওবাসীক।

মঙলদৈৰ পথত ভুই ৰুই প্ৰতিবাদ মহিলাৰ
author img

By

Published : Jun 30, 2019, 3:19 AM IST

মঙলদৈ 30 জুনঃ মঙ্গলদৈ চহৰৰ গাতে লাগি থকা উপহুপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহাজন পাৰা ৷ বাৰিষা হলেই মূল পথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰে ৷ পথটোৰ কদৰ্য ৰূপে এতিয়া জীয়াতু ভূগাইছে গাঁওবাসীক।

শনিবাৰে মহাজন পাৰা গাঁৱৰ মহিলাসকলে পথটোত ভূঁই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ । পৰিবৰ্তনৰ চৰকাৰ হায় হায়, বিজেপি হায় হায় বুলি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে মহিলাসকলে ৷ স্থানীয় বিধায়ক গুৰু জ্যোতি দাসে নিৰ্বাচনৰ ছয় মাহৰ ভিতৰত পথটো বনাই দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে কোনো কাণসাৰ নাই বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে,পথটো মেৰামতি নকৰিলে, পৰৱৰ্তী সময়ত কোনো জনপ্ৰতিনিধিকে ভোট খুজিবলৈ সোমাব নিদিব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে৷

Intro:

###পৰিৱৰ্তনশিল চৰকাৰৰ কদর্যময় পথে জীয়াতু ভূগাইছে সৰ্বসাধাৰণ ৰাইজক।

##ৰাস্তাত ভুই ৰুই প্ৰতিবাদ মহিলাৰ।

Body:
মঙ্গলদৈৰ এখন গাঁৱৰ দুৰৱস্থা। বাৰিষা হলে ওলাব সোমাব নোৱাৰা হয় গাঁওখনত। মঙ্গলদৈ চহৰৰ গাতে লাগি থকা উপহুপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এইখন মহাজন পাৰা গাওঁ। ৰাস্তাৰ কদৰ্য ৰূপে এতিয়া জীয়াতু ভ ভূগাইছে গাঁওবাসীক।

মহিলাসকলে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। পৰিবৰ্তন চৰকাৰ হায় হায়, বিজেপি হায় হায় বুলি প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। সমগ্ৰ অঞ্চলটো প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিবেশতো।
স্থানীয় বিধায়ক গুৰু জ্যোতি দাসে নিৰ্বাচনৰ ছয় মাহৰ ভিতৰত ৰাস্তাটো বনাই দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে কোনো কানসাৰ নাই।

স্থানীয় ৰাইজৰ মত ৰাস্তাটো বনাই নিদিলে পৰৱৰ্তী সময়ত কোনো জনপ্রতিনিধিক ভোট খুজিবলে সোমাব নিদিব ৰাষ্টাটোৰে।

Byte
প্ৰতিবাদকাৰীConclusion:এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কাঢ়ি ক্ষোভ উজাৰিছে
গাঁওবাসীয়ে।
Debabrat goswami
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.